ৰক্ল’ত ৱৰ্ল্ড আৰ্চাৰী য়ুথ চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 15th, 10:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰক্ল’ত অনুষ্ঠিত ৱৰ্ল্ড আৰ্চাৰী য়ুথ চেম্পিয়নশ্বিপত ৮টা স্বৰ্ণ পদকসহ ১৫টা পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে৷