The development of Delhi is linked to the image of the entire country: PM Modi

March 08th, 03:54 pm

PM Modi launched multiple development projects worth ₹33,500 crore in Delhi, ranging from the expansion of the Metro network to the construction of modern residential complexes for government employees. He highlighted the landmark achievement of creating 3 crore “Lakhpati Didis” and expressed concern over the disrespect shown by the West Bengal government toward the President of India. He called upon everyone to work towards fulfilling national resolutions.

PM Modi inaugurates, lays the foundation stone of multiple development projects worth around ₹33,500 crore in Delhi

March 08th, 10:26 am

PM Modi launched multiple development projects worth ₹33,500 crore in Delhi, ranging from the expansion of the Metro network to the construction of modern residential complexes for government employees. He highlighted the landmark achievement of creating 3 crore “Lakhpati Didis” and expressed concern over the disrespect shown by the West Bengal government toward the President of India. He called upon everyone to work towards fulfilling national resolutions.

Prime Minister extends greetings on International Women’s Day, lauds the role of Nari Shakti in India’s progress

March 08th, 10:17 am

On International Women’s Day, PM Modi saluted the achievements of India’s Nari Shakti. He extended his heartfelt greetings to women and highlighted that women across every field are contributing with determination, strengthening the collective resolve to build a Viksit Bharat. He noted that women’s empowerment lies at the core of several schemes and initiatives of the Government.

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

March 08th, 08:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷

ৰাষ্ট্ৰপতিৰ এটি লেখা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

March 08th, 07:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৰ এটা লেখা শ্বেয়াৰ কৰিছে। হাৰ ষ্টৰী, মাই ষ্টৰী — হোৱাই আই এম হ’পফুল এবাউট জেণ্ডাৰ জাষ্টিচ শীৰ্ষক লেখাটোৰে ভাৰতীয় নাৰীৰ অদম্য মনোভাৱ আৰু তেওঁৰ নিজৰ যাত্ৰাৰ অৱলোকন কৰিছে।

কচ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষে এখনি আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 08th, 06:03 pm

মই আপোনালোকৰ লগতে দেশৰ সকলো মহিলাক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷ এই উপলক্ষে আপোনালোকৰ মহিলা সতী আৰু সাধীসকলৰ এই অভিনৱ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷

কচ্ছত আন্তৰ্জাতিক নাৰী দিৱসৰ আলোচনা চক্ৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ

March 08th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কচ্ছত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এখনি আলোচনা চক্ৰ সম্বোধন কৰে।

‘নাৰী দিৱস’-ত মহিলা উদ্যোগীৰ পৰা সামগ্ৰী ক্ৰয় কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 08th, 02:00 pm

আজি, ‘নাৰী দিৱস’ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ একাংশ আত্ম সহায়ক গোট আৰু মহিলা উদ্যোগীৰ পৰা সামগ্ৰী ক্ৰয় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ মহিলা উদ্যোগী আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক উদগণি প্ৰদান কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত নাৰী শক্তিক অভিবাদন জনালে প্ৰধানমন্ত্ৰীয়ে

March 08th, 09:55 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত অদম্য নাৰী শক্তিক অভিবাদন জনায়৷

কাইলৈ নাৰী শক্তি পুৰস্কাৰ বিজয়ীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

March 07th, 01:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ লোকমান্য মাৰ্গত নাৰী শক্তি পুৰস্কাৰ বিজয়ীসকলৰ সৈতে মত বিনিময় কৰিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে কিয় টুইটাৰত ছ’চিয়েল মিডিয়া একাউণ্ট পৰিত্যাগ কৰাৰ কথা টুইট কৰিলে….

March 03rd, 01:43 pm

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ পৰিত্যাগ কৰাৰ কথা কিয় ঘোষণা কৰিলে সেই সন্দৰ্ভত তেওঁ উৎকণ্ঠাৰ অৱসান ঘটাইছে৷ তেওঁ কয় যে তেওঁ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ সেইসকল নাৰীৰ বাবে পৰিত্যাগ কৰিছে যিসকলৰ জীৱন আৰু কৰ্মই সকলোকে অনুপ্ৰাণিত কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৮ মাৰ্চ তাৰিখে নাৰী দিৱস উপলক্ষে তেওঁৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টসমূহ পৰিত্যাগ কৰাৰ কথা ঘোষণা কৰিছে৷

The progress of humanity is incomplete without the empowerment of women.

March 08th, 11:59 pm

Prime Minister Narendra Modi’s thoughts and vision on women have always been very clear. He is convinced this matter is not about ‘Women Development’ anymore but is of ‘Women-Led Development’ within which a wide spectrum of issues from economic development to social justice are covered.

Social Media Corner 8 March 2017

March 08th, 08:16 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

PM Salutes Nari Shakti on International Women's Day

March 08th, 09:08 am

The Prime Minister Shri Narendra Modi saluted the spirit of 'Nari Shakti' on International Women's Day.

Social Media Corner 26th February 2017

February 26th, 07:27 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

Technology is becoming an inseparable part of our lives: PM Modi during Mann Ki Baat

February 26th, 11:33 am

PM Narendra Modi today addressed the nation through his Mann Ki Baat. PM spoke on a wide range of topics - achievements of ISRO, digitization, cleanliness, pyang and women empowerment. The Prime Minister also said that attraction of Science for our young generation should increase and the country needs more and more scientists.

PM interacts with recipients of Stree Shakti Puraskar and Nari Shakti Puraskar - 2014

March 08th, 07:11 pm

PM interacts with recipients of Stree Shakti Puraskar and Nari Shakti Puraskar - 2014

Office Bearers of BJP Mahila Morcha call on PM

March 08th, 07:00 pm

Office Bearers of BJP Mahila Morcha call on PM

Text of PM's Message on International Women's Day

March 08th, 09:45 am

Text of PM's Message on International Women's Day

2nd round of Chai Pe Charcha held...Narendra Modi interacts with women from over 1500 locations across India

March 08th, 08:46 pm

2nd round of Chai Pe Charcha held...Narendra Modi interacts with women from over 1500 locations across India