২০২৫বৰ্ষৰ আইচিচিৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 02nd, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫বৰ্ষৰ আইচিচিৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলটোক অভিনন্দন জনাইছে।