ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 20th, 08:32 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰীৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণনজীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন
May 04th, 08:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণনজীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।চিলিৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা জোছ এন্টোনিঅ’ কাষ্ট ৰিষ্টক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
March 13th, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিলিৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা জোছ এন্টোনিঅ’ কাষ্ট ৰিষ্টক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে তেওঁ ভাৰত আৰু চিলিৰ মাজত উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ আৰু বাণিজ্য, প্ৰযুক্তি আৰু শক্তিৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিবলৈ তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। ‘এক সফল কাৰ্যকালৰ বাবে শুভেচ্ছা!’, শ্ৰী মোদীয়ে কয়।বাংলাদেশৰ নিৰ্বাচনত জয়লাভৰ বাবে প্ৰধানমন্ত্ৰীয়ে তাৰিক ৰহমানক অভিনন্দন জনায়; দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰ দোহাৰে
February 13th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰিক ৰহমানৰ সৈতে হোৱা বাৰ্তালাপত বাংলাদেশৰ নিৰ্বাচনত উল্লেখযোগ্য বিজয় সাব্যস্ত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।Prime Minister congratulates Padma Awardees 2026
January 25th, 07:16 pm
The Prime Minister, Narendra Modi has congratulated all the Padma Awardees for their outstanding contributions to the nation.ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 21st, 09:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।মণিপুৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
January 21st, 09:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ ভাই-ভনীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 21st, 09:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে বেগম খালেদা জিয়াৰ আশু আৰোগ্য কামনা কৰে
December 01st, 10:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহু বছৰ ধৰি বাংলাদেশৰ জনজীৱনলৈ বৰঙণি আগবঢ়াই অহা বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ আৰু তেওঁৰ আশু-আৰোগ্য কামনা কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত সম্ভৱপৰ সকলো সমৰ্থন আগবঢ়াবলৈ সাজু আছে।বি এছ এফৰ প্ৰতিষ্ঠা দিৱসত বাহিনীটোৰ জোৱানসকলক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
December 01st, 06:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বি এছ এফৰ জোৱানসকলক তেওঁলোকৰ বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে । শ্ৰী মোদীয়ে কয় যে বি এছ এফ ভাৰতৰ অটল সংকল্প আৰু পৰম পেছাদাৰিত্বৰ প্ৰতীক।প্ৰধানমন্ত্ৰীয়ে শ্ৰী এলকে আদৱানী জীক তেওঁৰ জন্মদিন উপলক্ষে সাক্ষাৎ কৰে
November 08th, 08:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী এলকে আদৱানী জীৰ বাসগৃহলৈ গৈ তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কয় যে শ্ৰী এলকে আদৱানী জীয়ে আমাৰ ৰাষ্ট্ৰলৈ অতুলনীয় সেৱা আগবঢ়াইছে আৰু তেওঁৰ এনে কাৰ্য্যই আমাক সকলোকে অসীম প্ৰেৰণা যোগাইছে।ষট্ মহাপৰ্বৰ সামৰণিত ভক্তসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
October 28th, 07:56 am
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভগৱান সূৰ্যদেৱক আজি ৰাতিপুৱা অর্ঘ্য আগবঢ়োৱাৰ সৈতে চাৰিদিনীয়া এই বিশাল উৎসৱৰ সামৰণি পৰে। তেওঁ লগতে উল্লেখ কৰে যে এই উৎসৱৰ সময়ত ভাৰতৰ গৌৰৱোজ্জ্বল ষট পূজাৰ পৰম্পৰাৰ ঐশ্বৰিক বৈভৱ প্ৰত্যক্ষ কৰা হৈছিল।এন এছ জিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এন এছ জিৰ কৰ্মীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 16th, 09:09 pm
এন এছ জি প্ৰতিষ্ঠা দিৱস উপলক্ষে এন এছ জিৰ কৰ্মীসকলৰ অতুলনীয় বীৰত্ব আৰু নিষ্ঠাক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ বিপদৰ পৰা দেশখনক ৰক্ষা কৰা, আমাৰ নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সম্পত্তি সুৰক্ষিত কৰাত এন এছ জিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱী ব্ৰহ্মচাৰিণীক প্ৰণাম প্ৰধানমন্ত্ৰীৰ
September 23rd, 09:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱী ব্ৰহ্মচাৰিণীক প্ৰণাম জনাইছে।গুজৰাটৰ ভাৱনগৰত সমুদ্ৰ ছে সমৃদ্ধি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:00 am
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, চি আৰ পাটিল, মনসুখভাই মাণ্ডবিয়া, শান্তনু ঠাকুৰ, নিমুবেন বম্বানীয়া, দেশৰ বিভিন্ন প্ৰান্তৰ ৪০ টাতকৈও অধিক স্থানৰ পৰা এই কাৰ্যসূচীত যোগদান কৰা লোকসকল, প্ৰধান বন্দৰৰ সৈতে জড়িত লোকসকল, বিভিন্ন ৰাজ্যৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, অন্যান্য বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, আপোনালোক সকলোকে অভিনন্দন।‘সমুদ্ৰ ছে সমৃদ্ধি’ অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, গুজৰাটৰ ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
September 20th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ‘সমুদ্ৰ ছে সমৃদ্ধি’ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। ১৭ ছেপ্টেম্বৰত তেওঁলৈ প্ৰেৰণ কৰা জন্মদিনৰ শুভেচ্ছা স্বীকাৰ কৰি জনসাধাৰণৰ পৰা পোৱা মৰম শক্তিৰ এক বৃহৎ উৎস বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বকৰ্মা জয়ন্তীৰ পৰা গান্ধী জয়ন্তীলৈকে অৰ্থাৎ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সেৱা পখৱাড়া পালন কৰা বুলি আলোকপাত কৰে। তেওঁ কয় কৰে যে বিগত ২–৩ দিনত গুজৰাটত কেইবাটাও সেৱামুখী কাৰ্যসূচী পালন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ শ স্থানত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে, এতিয়ালৈকে এক লাখ ব্যক্তিয়ে ৰক্তদান কৰিছে। তেওঁ লগতে কয় যে অসংখ্য চহৰত স্বচ্ছতা অভিযান চলোৱা হৈছে, য’ত লাখ লাখ নাগৰিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে জনায় যে ৰাজ্যজুৰি ৩০ হাজাৰৰো অধিক স্বাস্থ্য শিবিৰ স্থাপন কৰা হৈছে, য’ত জনসাধাৰণ আৰু বিশেষকৈ মহিলাসকলক চিকিৎসা পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ দেশতে সেৱাৰ কাম-কাজৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ তেওঁ কৃতজ্ঞতা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।জন্মদিনৰ অগণন শুভেচ্ছা আৰু আশীৰ্বাদৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 17th, 08:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৭৫ সংখ্যক জন্মদিনত সমগ্ৰ দেশৰ লগতে বিদেশৰ পৰা জনোৱা অগণন শুভেচ্ছা, আশীৰ্বাদ আৰু মৰমৰ বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই স্নেহে তেওঁক শক্তিশালী আৰু অনুপ্ৰাণিত কৰিছে।PM Modi expresses gratitude to world leaders for birthday wishes
September 17th, 03:03 pm
The Prime Minister Shri Narendra Modi expressed his gratitude to the world leaders for greetings on his 75th birthday, today.গুৰু পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে
July 10th, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমা উপলক্ষে সকলোলৈ শুভেচ্ছা জনাইছে।প্ৰধানমন্ত্ৰীয়ে চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলক শুভেচ্ছা জনাইছে
July 01st, 09:37 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিকিৎসক দিৱস উপলক্ষে সকলো চিকিৎসককে শুভেচ্ছা জনায়। আমাৰ চিকিৎসকসকলে তেওঁলোকৰ নিপুণতা আৰু অধ্যৱসায়ৰ জৰিয়তে পৰিচয় দাঙি ধৰিছে। তেওঁলোকৰ মমতাৰ মনোভাৱো সমানেই উল্লেখযোগ্য, শ্ৰী মোদীয়ে কয়।