অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্পৰ ভূমি পূজনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
December 21st, 04:25 pm
অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী আৰু ইয়াত আপোনালোকৰ প্ৰতিনিধি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু আমাক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত অহা মোৰ সকলো ভাই-ভনীসকল, ভিতৰৰ তুলনাত পেণ্ডেলৰ বাহিৰত আৰু বেছি মানুহ দেখা পাইছো।অসমৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 21st, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে কয় যে এইখন চাওলুং ছ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দৰে মহান বীৰৰ ভূমি। ভাষণত তেওঁ ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বাদৌছা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু বীৰ সতী সাধনীৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ উজনি অসমৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছে, কিয়নো এয়া শৌৰ্য আৰু ত্যাগৰ মহান ভূমি।শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 28th, 03:35 pm
শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ২৪ সংখ্যক মহন্ত শ্ৰীমদ বিদ্যাধীশ তীৰ্থ স্বামীজী, মাননীয় ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ভ্ৰাতৃ প্ৰমোদ সাৱন্ত জী, মঠ কমিটিৰ অধ্যক্ষ শ্ৰী শ্ৰীনিবাস ডেম্পো জী, উপাধ্যক্ষ শ্ৰী আৰ.আৰ. কামাত জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থসকল শ্ৰী শ্ৰীপদ নাইক জী আৰু দিগম্বৰ কামাত জী। আন-আন সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
November 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ তেওঁৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। তেওঁ কয় যে সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়ালৈ অহাৰ আগতে তেওঁ ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে
September 16th, 07:29 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।মণিপুৰৰ চুৰাচান্দপুৰত একাধিক উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
September 13th, 12:45 pm
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী অজয় ভাল্লা ডাঙৰীয়া, ৰাজ্য প্ৰশাসনৰ আন-আন বিষয়াবৰ্গ আৰু মোৰ সন্মুখত উপস্থিত মণিপুৰৰ মোৰ ভাই-ভনীসকল। আপোনালোক আটাইকে নমস্কাৰ জনালোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
September 13th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰ সাহস আৰু দৃঢ়তাৰ ভূমি বুলি উল্লেখেৰে মণিপুৰৰ শাৰী-শাৰী পাহাৰসমূহ প্ৰকৃতিৰ এক অমূল্য উপহাৰ বুলি কয়। তেখেতে আৰু কয় যে এই পাহাৰসমূহ ইয়াৰ জনসাধাৰণৰ অক্লান্ত কঠোৰ পৰিশ্ৰমৰ প্ৰতীকো। তেখেতে মণিপুৰবাসীৰ মনোভাৱক প্ৰণাম জনাই সভাস্থলীলৈ ভালে সংখ্যক লোক অহাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপনৰ লগতে তেওঁলোকৰ এনে স্নেহৰ বাবে ধন্যবাদ জনায়।মিজোৰামত আধাৰশিলা স্থাপন আৰু উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 13th, 10:30 am
নীলা পৰ্বতৰ এই সুন্দৰ ভূমিক চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক মই প্ৰণাম জনাইছো। মই মিজোৰামৰ লেংপুই বিমানবন্দৰত আছো। দুৰ্ভাগ্যবশতঃ বেয়া বতৰৰ বাবে আপোনালোকৰ লগত আইজলত যোগদান কৰিব নোৱাৰাৰ বাবে মই দুঃখিত। কিন্তু এই মাধ্যমৰ পৰাও আপোনালোকৰ মৰম অনুভৱ কৰিব পাৰিছো।মিজোৰামৰ আইজলত ৯০০০কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 13th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ আইজলত ৯০০০ কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নীলা পৰ্বতে আগুৰি ৰখা মনোমোহা ভূমি চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক প্ৰণিপাত জনায় । দুখ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে তেওঁ মিজোৰামৰ লেংপুই বিমানবন্দৰত উপস্থিত আছিল কিন্তু বেয়া বতৰৰ বাবে আইজলত তেওঁ ৰাইজৰ সৈতে যোগ দিব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰেও তেওঁ ৰাইজৰ মৰম অনুভৱ কৰিব পাৰিছে।৬ আগষ্টত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব কৰ্তব্য ভৱন
August 04th, 05:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ আগষ্টৰ দিনা দিনৰ ১২:১৫ বজাত দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন পৰিদৰ্শন কৰিব আৰু ভৱনটো আনুষ্ঠানিকভাবে উদ্বোধন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া প্ৰায় ৬:৩০ বজাত কৰ্তব্য পথৰ ৰাজহুৱা কাৰ্যসূচীত ভাষণ আগবঢ়াব।২ আগষ্টত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 31st, 06:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আগষ্টৰ পুৱা ১১ বজাত উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই উপলক্ষে সভাত ভাষণ দিব।প্ৰকল্পসমূহে আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা, পৰ্যটন, নগৰ উন্নয়ন আৰু সাংস্কৃতিক ঐতিহ্যকে ধৰি একাধিক খণ্ডক সামৰি ল'ব , যাৰ লক্ষ্য হৈছে বাৰাণসীৰ সামগ্ৰিক নগৰ পৰিৱৰ্তন, সাংস্কৃতিক সজীৱতা, উন্নত সংযোগ, আৰু জীৱনৰ মান বৃদ্ধি কৰা।২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।২৬ আৰু ২৭ মে'ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 25th, 09:14 am
২৬ আৰু ২৭ মে'ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ দহোদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১১:১৫ বজাত তেওঁ দেশৰ বাবে ইঞ্জিন নিৰ্মাণ কাৰখানা উৎসৰ্গা কৰিব আৰু লগতে ইলেক্ট্ৰিক ইঞ্জিন এখনো ফ্লেগ অফ কৰিব। ইয়াৰ পিছত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে দাহোদত প্ৰায় ২৪ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে ভুজলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৪ বজাত ভূজত আধাৰশিলা স্থাপন কৰাৰ লগতে ৫৩,৪০০ কোটিৰো অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰলৈ যাত্ৰা কৰিব আৰু ২৭ মে’ত পুৱা প্ৰায় ১১ বজাত গুজৰাট নগৰ বৃদ্ধিৰ কাহিনীৰ ২০ বছৰীয়া উদযাপনত অংশগ্ৰহণ কৰি নগৰ উন্নয়ন বৰ্ষ ২০২৫ মুকলি কৰিব।এই উপলক্ষে তেওঁ সভাত ভাষণ দিব। সংযোগ বৃদ্ধি আৰু বিশ্বমানৰ ভ্ৰমণ আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে দহোদত ভাৰতীয় ৰে’লৱেৰ ইঞ্জিন নিৰ্মাণ কাৰখানা উদ্বোধন কৰিব। এই উদ্যোগটোৱে ঘৰুৱা কামৰ বাবে আৰু ৰপ্তানিৰ বাবে ৯০০০ এইচ পিৰ বৈদ্যুতিক ইঞ্জিন উৎপাদন কৰিব। তেওঁ উদ্যোগটোৰ পৰা নিৰ্মিত প্ৰথমখন বৈদ্যুতিক ইঞ্জিনকো ফ্লেগ অফ কৰিব। এই ইঞ্জিনসমূহে ভাৰতীয় ৰে’লৱেৰ মালবাহী বোজাৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব। এই ইঞ্জিনসমূহত পুনৰুত্পাদনশীল ব্ৰেকিং ব্যৱস্থা থাকিব, আৰু শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ডিজাইন কৰা হৈছে, যিয়ে পৰিৱেশৰ বহনক্ষমতাত অৰিহণা যোগায়। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে দহোদত ২৪ হাজাৰ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৰেল প্ৰকল্প আৰু গুজৰাট চৰকাৰৰ বিভিন্ন প্ৰকল্প। তেওঁ ভেৰাভাল আৰু আহমেদাবাদৰ মাজত ভাণ্ডে ভাৰত এক্সপ্ৰেছ আৰু ভালছাদ আৰু দহোদ ষ্টেচনৰ মাজত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব। ভূজত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে ৫৩,৪০০ কোটিৰো অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। শক্তি খণ্ডৰ পৰা অহা প্ৰকল্পসমূহৰ ভিতৰত খাভদা নবীকৰণযোগ্য শক্তি উদ্যানত উৎপাদিত নবীকৰণযোগ্য শক্তিক খালী কৰাৰ বাবে সংবহন প্ৰকল্প, সংবহন নেটৱৰ্ক সম্প্ৰসাৰণ, টাপিত আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লাণ্ট ইউনিট আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও কণ্ডলা বন্দৰৰ প্ৰকল্প আৰু গুজৰাট চৰকাৰৰ একাধিক পথ, পানী আৰু সৌৰ প্ৰকল্প আদি অন্তৰ্ভুক্ত কৰা হৈছে। গুজৰাটত নগৰ উন্নয়ন বৰ্ষ ২০০৫ চনটো আছিল তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পিত আন্তঃগাঁথনি, উন্নত শাসন, আৰু নগৰবাসীৰ বাবে উন্নত জীৱনৰ মানদণ্ডৰ জৰিয়তে গুজৰাটৰ নগৰ পৰিৱেশ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এক প্ৰধান পদক্ষেপ। ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত নগৰ উন্নয়ন বৰ্ষ ২০২৫, গুজৰাটৰ নগৰ উন্নয়ন পৰিকল্পনা আৰু ৰাজ্যিক বিশুদ্ধ বায়ু কাৰ্যসূচী আৰম্ভ কৰিব। তেওঁ নগৰ উন্নয়ন, স্বাস্থ্য আৰু পানী যোগানৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও তেওঁ পিএমএৱাইৰ অধীনত ২২ হাজাৰৰো অধিক বাসগৃহ উচৰ্গা কৰিব। তদুপৰি স্বৰ্ণিম জয়ন্তী মুখ্যমন্ত্ৰী শ্বহেৰী বিকাশ যোজনাৰ অধীনত গুজৰাটৰ নগৰীয়া স্থানীয় সংস্থাসমূহলৈ ৩৩০০ কোটি টকাৰ পুঁজিও মুকলি কৰিব।যমুনা নদী পৰিস্কাৰ কৰি পুনৰুজ্জীৱিত কৰা প্ৰক্ৰিয়া সন্দৰ্ভত আয়োজিত বৈঠকত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা
April 17th, 10:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কালি যমুনা নদী পৰিষ্কাৰ আৰু পুনৰুজ্জীৱিত কৰাৰ লগতে দিল্লীৰ খোৱাপানী সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। তেওঁ কয় যে কেন্দ্ৰই দিল্লী চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি দিল্লীৰ জনসাধাৰণৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি আৰু ‘জীৱন নিৰ্বাহৰ সুচলতা’ নিশ্চিত কৰাৰ কাম কৰি যাব।The people of Delhi have suffered greatly because of AAP-da: PM Modi during Mera Booth Sabse Mazboot programme
January 22nd, 01:14 pm
Prime Minister Narendra Modi, under the Mera Booth Sabse Mazboot initiative, engaged with BJP karyakartas across Delhi through the NaMo App, energizing them for the upcoming elections. He emphasized the importance of strengthening booth-level organization to ensure BJP’s continued success and urged workers to connect deeply with every voter.PM Modi Interacts with BJP Karyakartas Across Delhi under Mera Booth Sabse Mazboot via NaMo App
January 22nd, 01:00 pm
Prime Minister Narendra Modi, under the Mera Booth Sabse Mazboot initiative, engaged with BJP karyakartas across Delhi through the NaMo App, energizing them for the upcoming elections. He emphasized the importance of strengthening booth-level organization to ensure BJP’s continued success and urged workers to connect deeply with every voter.Netherlands’ Prime Minister Dick Schoof calls PM Modi
December 18th, 06:51 pm
PM Modi spoke with his counterpart PM of Netherlands, Dick Schoof to discuss deepening cooperation in water, agriculture, health, trade, defence, innovation, and semiconductors. They emphasized people-to-people ties, education, and culture while committing to global peace and security.১১ ডিচেম্বৰত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
December 09th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ডিচেম্বৰ, ২০২৪ত প্ৰায় ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালেত যুৱ উদ্ভাৱকৰ সৈতে মত বিনিময় কৰিব। গ্ৰেণ্ড ফিনালেত ১৩০০ৰো অধিক শিক্ষাৰ্থীৰ দলে অংশগ্ৰহণ কৰিব। এই উপলক্ষে সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো আগবঢ়াব।PM reviews preparedness for heat wave related situation
April 11th, 09:19 pm
Prime Minister Shri Narendra Modi chaired a meeting to review preparedness for the ensuing heat wave season.PM Modi attends India Today Conclave 2024
March 16th, 08:00 pm
Addressing the India Today Conclave, PM Modi said that he works on deadlines than headlines. He added that reforms are being undertaken to enable India become the 3rd largest economy in the world. He said that 'Ease of Living' has been our priority and we are ensuring various initiatives to empower the common man.