আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালক আতিথ্য প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে

April 21st, 08:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি মাননীয় জে ডি ভেন্সৰ সৈতে দেশখনৰ দ্বিতীয় মহিলা শ্ৰীমতী ঊষা ভেন্স, তেওঁলোকৰ সন্তান আৰু আমেৰিকা প্ৰশাসনৰ জ্যেষ্ঠ সদস্যসকলৰে মিলিত হয়।

ইলন মাস্কৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক প্ৰযুক্তি সহযোগিতাৰ সম্ভাৱনাত আলোকপাত কৰে

April 18th, 01:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ইলন মাস্কৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপত মিলিত হয় আৰু পাৰস্পৰিক স্বাৰ্থ বিজড়িত বিভিন্ন বিষয়ত আলোচনা কৰে। এই বছৰৰ আৰম্ভণিতে ৱাশ্বিংটন ডিচিত অনুষ্ঠিত তেওঁলোকৰ বৈঠকত সামৰি লোৱা বিষয়সমূহ আলোচনাত পুনৰ বিবেচনা কৰা হয়, প্ৰযুক্তিগত উন্নতিৰ বাবে অংশীদাৰী দৃষ্টিভংগীত আলোকপাত কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণকালত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিবৃতি

February 14th, 09:07 am

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত এক আনুষ্ঠানিক ভ্ৰমণৰ বাবে আদৰণি জনায়।

ৱাশ্বিংটন ডিচিত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

February 13th, 11:59 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকাৰ ৱাশ্বিংটন ডিচিত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু অন্যান্য নেতাসকলক সাক্ষাৎ কৰিব। তেওঁ লগতে আন কেতবোৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব।

Prime Minister condoles loss of lives in the tragic collision in Washington DC

January 31st, 09:09 am

The Prime Minister, Shri Narendra Modi has condoled loss of lives in the tragic collision in Washington DC. Shri Modi also extended heartfelt condolences to the families of the victims and said that we stand in solidarity with the people of the United States.

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিবৃতি

September 08th, 11:18 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ দীৰ্ঘস্থায়ী তথা নিবিড় বন্ধুত্ব পুনৰ সুনিশ্চিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেনক আজি ভাৰতলৈ আদৰণি জনাইছে। নেতাসকলে চলিত বৰ্ষৰ জুনত প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ৱাশ্বিংটন ভ্ৰমণৰ উল্লেখযোগ্য সফলতাসমূহ ৰূপায়ণ কৰাৰ বাবে অব্যাহত থকা গুৰুত্বপূৰ্ণ অগ্ৰগতিক প্ৰশংসা কৰে। নেতাসকলে বিশ্বাস আৰু উমৈহতীয়া বুজাবুজিৰ ওপৰত আধাৰিত বহুমুখী গোলকীয় বিষয়সূচীসমূহৰ সকলো দিশ সামৰি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত বন্ধুত্বক পৰিৱৰ্তন কৰাৰ দিশে কাম-কাজ অব্যাহত ৰাখিবলৈ চৰকাৰলৈ আহ্বান জনায়। নেতাসকলে স্বাধীনতা, গণতন্ত্ৰ, মানৱ অধিকাৰ, অন্তৰ্ভুক্তি, বহুত্ববাদ আৰু সকলো নাগৰিকৰ বাবে সমান সুবিধাৰ উমৈহতীয়া প্ৰমূল্য আমাৰ দেশসমূহে উপভোগ কৰি থকা সফলতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ তথা এই প্ৰমূল্যসমূহে আমাৰ সম্পৰ্ক শক্তিশালী কৰে বুলি প্ৰকাশ কৰে।

Education, skills and innovation are essential for a bright future: PM Modi at the US-India Skilling for Future Event

June 22nd, 11:15 am

PM Modi and the First Lady of the USA Dr. Jill Biden participated in an India and USA: Skilling for Future” event at National Science Centre in Washington DC. The event focused on workforce redevelopment across higher education institutions to expand and enhance access to quality education across society. PM Modi highlighted the numerous steps taken by India to promote education, skilling and innovation. He appreciated ongoing bilateral academic exchanges and collaborations between Indian and US educational and research ecosystems.

Prime Minister participates in "India and USA: Skilling for Future" event with First Lady of USA

June 22nd, 10:57 am

PM Modi and the First Lady of the USA Dr. Jill Biden participated in an India and USA: Skilling for Future” event at National Science Centre in Washington DC. The event focused on workforce redevelopment across higher education institutions to expand and enhance access to quality education across society. PM Modi highlighted the numerous steps taken by India to promote education, skilling and innovation. He appreciated ongoing bilateral academic exchanges and collaborations between Indian and US educational and research ecosystems.