ৱালটাৰ ৰাছেল মিড নেতৃত্বত অহা আমেৰিকাৰ প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 07th, 08:22 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱালটাৰ ৰাছেল মিড ডাঙৰীয়াৰ নেতৃত্বত আমেৰিকাৰ চিন্তাবিদ আৰু ব্যৱসায়িক নেতাৰ প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে।