পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

June 18th, 06:15 pm

২০২১ চনত যেতিয়া মই ভিভাটেকত ভাষণ দিছিলো তেতিয়া বিশ্বই কভিড-১৯ৰ ব্যাঘাতৰ সন্মুখীন হৈছিল। আজি পৃথিৱীত আন ধৰণৰ বিঘিনি ঘটিছে। আৰু মই তেতিয়া ভিভাটেক ২০২১ ত শ্বেয়াৰ কৰা বাৰ্তাটো পুনৰ কওঁ। য'ত প্ৰচলিত পদ্ধতি বিফল হয়, তাত উদ্ভাৱনে সহায় কৰিব পাৰে।

ভিভাটেক ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী

June 18th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান ইমানুৱেল মেক্ৰনে আজি ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপ ইভেণ্ট পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ত অংশগ্ৰহণ কৰে।

পেৰিছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

June 18th, 07:31 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰান্সৰ পেৰিছত উপস্থিত হয়, য’ত প্ৰবাসী ভাৰতীয়সকলে তেওঁক উষ্ম আদৰণি জনায়।

ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

June 13th, 10:03 am

ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্ৰান্সে এক বিশেষ স্থান দখল কৰিছে। এই বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি মেক্ৰ’ই ভাৰত ভ্ৰমণ কৰিছিল আৰু আমি আমাৰ সম্পৰ্কক এক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিলো। যেতিয়া মই নিচত ৰাষ্ট্ৰপতি মেক্ৰ’ক সাক্ষাৎ কৰিম, তেতিয়া ফেব্ৰুৱাৰীৰ পৰা হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিম আৰু আমাৰ সহযোগিতাৰ পৰৱৰ্তী পদক্ষেপসমূহৰ তালিকা প্ৰস্তুত কৰিম। পাৰস্পৰিক স্বাৰ্থৰ গোলকীয় বিষয়সমূহৰ ওপৰতো আমাৰ আলোচনাৰ বাবে মই আগ্ৰহী।