মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক বাৰ্তালাপ

February 08th, 11:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো' ছেৰী আনৱাৰ ইব্ৰাহিমৰ পৰা পেৰদানা পুত্ৰ কমপ্লেক্সত উষ্ম আদৰণিৰ লগতে আনুষ্ঠানিকভাৱে গাৰ্ড অব্ অনাৰ লাভ কৰে। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ চৰকাৰী বাসগৃহ চেৰী পেৰদানাত ৰুদ্ধদ্বাৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম চৰকাৰী ভাৰত ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ আদৰণি

October 08th, 12:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী মহামান্য কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ঐতিহাসিক ভাৰত ভ্ৰমণৰ সময়ত উষ্ম আদৰণি জনায়। এই ভ্ৰমণত তেওঁক ব্ৰিটেইনৰ সৰ্ববৃহৎ বাণিজ্যিক প্ৰতিনিধি দলে সংগ দিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণত সন্তুষ্টি প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

February 12th, 12:52 pm

২০২০ চনৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে ভাৰত ভ্ৰমণলৈ আহিবলৈ ওলোৱা বাৰ্তাত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে এই ভ্ৰমণ দুয়োখন দেশৰে বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত এই ভ্ৰমণে যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব।

Text of PM's Video Message on the occasion of launch of the “Visit India Year 2015” in China

February 03rd, 10:57 am

Text of PM's Video Message on the occasion of launch of the “Visit India Year 2015” in China