প্ৰধানমন্ত্ৰীয়ে ১৪ জানুৱাৰীত ভাৰতৰবতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব
January 13th, 11:14 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জানুৱাৰীৰপুৱা প্ৰায় ১০:৩০ বজাতনতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যকপ্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ অনুষ্ঠানত সমবেত লোকসকলৰ আগতভাষণ দিব।