চত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

August 01st, 12:43 pm

আজি নতুন দিল্লীত চত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেৱ ছাইয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে চত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে

June 06th, 09:19 pm

চত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ

March 18th, 03:33 pm

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীক ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে

October 07th, 08:30 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেব সাইয়ে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীক ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে

June 25th, 03:05 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেব সাইয়ে সাক্ষাৎ কৰে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

December 23rd, 02:29 pm

আজি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইৰ লগতে উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰী অৰুণ সাও আৰু শ্ৰী বিজয় শৰ্মাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী বিষ্ণু দেও ছাইক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 13th, 06:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী বিষ্ণু দেও ছাইক অভিনন্দন জনাইছে৷ শ্ৰী মোদীয়ে লগতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী অৰুণ ছাও আৰু শ্ৰী বিজয় শৰ্মাকো অভিনন্দন জনাইছে৷