তামিলনাডুৰ বীৰুধুনগৰ জিলাত সংঘটিত দুৰ্ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

April 19th, 06:46 pm

শ্ৰী মোদীয়ে কয় যে তামিলনাডুৰ বীৰুধুনগৰ জিলাত সংঘটিত দুৰ্ঘটনা গভীৰভাৱে হৃদয়বিদাৰক। তেওঁ আপোনজনক হেৰুওৱা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।

তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ এটা ফটকা কাৰখানাত সংঘটিত দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰে

February 17th, 07:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ এটা ফটকা কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত কেইবাজনো লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে এই দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।