প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সাহিত্যিক বিনোদ কুমাৰ শুক্লাৰ বিয়োগত শোক প্ৰকাশ কৰিছে
December 23rd, 07:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সাহিত্যিক তথা জ্ঞানপীঠ বঁটা বিজয়ী বিনোদ কুমাৰ শুক্লাৰ বিয়োগত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে হিন্দী সাহিত্য জগতলৈ তেওঁৰ অমূল্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।