শ্ৰী বিমলেন্দ্ৰ মোহন প্ৰতাপ মিশ্ৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 24th, 07:48 pm
শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত ট্ৰাষ্টৰ সদস্য তথা ৰাজসদন অযোধ্যাৰ মুৰব্বী শ্ৰীযুত বিমলেন্দ্ৰ মোহন প্ৰতাপ মিশ্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।