গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
April 28th, 10:25 am
ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম মাথুৰ জী, ইয়াৰ জনপ্ৰিয়, উদ্যমী যুৱক-যুৱতী আৰু মোৰ বন্ধু শ্ৰী প্ৰেম সিং তামাং জী, সংসদত মোৰ বন্ধু শ্ৰী দৰ্জী শ্বেৰিং লেপচা জী, ড০ ইন্দ্ৰ হং সুব্বা জী, শ্ৰী দিলী ৰাম থাপা জী আৰু ছিকিমৰ মোৰ মৰমৰ ভাই-ভনীসকল।ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 28th, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সহস্ৰাধিক কোটি টকাৰ ৩০ টাৰো অধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা উদ্বোধন কৰে।অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত-বিকশিত উত্তৰ-পূব কাৰ্য্যসূচী সম্বোধনৰ পূৰ্ণপাঠ
March 09th, 11:09 am
অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ ৰাজ্যপালসকল আৰু মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থসকল, ৰাজ্যকেইখনৰ মন্ত্ৰীসকল, সতীৰ্থ সাংসদসকল, সকলো বিধায়ক, সকলো জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল!অৰুণাচল প্ৰদেশৰ ইটানগৰত বিকশিত ভাৰত বিকশিত উত্তৰ-পূব কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 09th, 10:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত বিকশিত ভাৰত বিকশিত উত্তৰ-পূব কাৰ্যসূচীত ভাষণ আগবঢ়ায়৷ শ্ৰী মোদীয়ে মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৫৫,৬০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। তদুপৰি তেওঁ চেলা সুৰংগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে প্ৰায় ১০ হাজাৰ কোটি টকাৰ উন্নতি আঁচনি মুকলি কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে’ল, পথ, স্বাস্থ্য, গৃহ নিৰ্মাণ, শিক্ষা, সীমান্ত আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি, শক্তি, তেল আৰু গেছ আদি খণ্ডক সামৰি লৈছে।