৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 15th, 07:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 06:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।ভাৰতে উদযাপন কৰে ৮০ সংখ্যক স্বাধীনতা দিৱস
August 15th, 06:45 am
৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু সংকল্পৰে চালিত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ সপোনৰ বিষয়ে কয়। তেওঁ শান্তি আইন, ৰে’লৱেৰ বৈদ্যুতিকীকৰণ, ভাৰতৰ বাণিজ্যিক চুক্তি, নক্সালবাদৰ অন্ত আৰু বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ৰাষ্ট্ৰক ‘শক্তি কী সপ্তধৰা’ক আঁকোৱালি ল’বলৈ আহ্বান জনায়।প্ৰধানমন্ত্ৰীয়ে ২৭ নৱেম্বৰত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰিব
November 25th, 04:18 pm
প্ৰধানমন্ত্ৰীয়ে অহা ২৭ নৱেম্বৰৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতীয় মহাকাশ ষ্টাৰ্টআপ স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰিব। ইয়াৰ উপৰিও তেওঁ স্কাইৰুটৰ প্ৰথমটো অৰবিট ৰকেট বিক্ৰম-I ও মুকলি কৰিব, যিয়ে কক্ষপথলৈ উপগ্ৰহ প্ৰেৰণ কৰিব পাৰে।