প্ৰধানমন্ত্ৰীয়ে নতুনকৈ শপত গ্ৰহণ কৰা বিহাৰৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক অভিনন্দন জনায়

November 20th, 01:41 pm

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী নীতিশ কুমাৰক বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰী নীতিশ কুমাৰ বহু বছৰ ধৰি সুশাসনৰ প্ৰমাণিত অভিলেখ সম্পন্ন এগৰাকী অভিজ্ঞ প্ৰশাসক আৰু তেওঁ আগন্তুক কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী নীতিশ কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

January 28th, 06:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী নীতিশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে। তেওঁ উপ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী সম্ৰাট চৌধুৰী আৰু শ্ৰী বিজয় সিনহাকো অভিনন্দন জনায়।