প্ৰধানমন্ত্ৰীয়ে ভিকে মালহোত্ৰৰ বাসগৃহলৈ গৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনায়

September 30th, 02:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি প্ৰয়াত ভিকে মালহোত্ৰৰ বাসগৃহলৈ গৈ তেওঁৰ বিদেহ আত্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।

প্ৰধানমন্ত্ৰীয়ে বিজয় কুমাৰ মালহোত্ৰৰ বিয়োগত শোক প্ৰকাশ কৰে

September 30th, 09:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় কুমাৰ মালহোত্ৰৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।