২০২৬ৰ ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰতীয় মল্লযোদ্ধাসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
May 28th, 08:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত হোৱা ২০২৬ৰ ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় মল্লযোদ্ধাসকলক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়।ভাৰত গণৰাজ্য আৰু ভিয়েটনাম সমাজবাদী গণৰাজ্যৰ মাজত বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিষয়ত যৌথ বিবৃতি প্ৰকাশ
May 06th, 05:24 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভিয়েটনামৰ সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান টু লামে ২০২৬ চনৰ ০৫ মে’ৰ পৰা ০৭ মে’লৈ ভাৰত ভ্ৰমণ কৰিছে।শ্ৰীমান টু লামৰ সৈতে ভাৰতলৈ আহিছে ভিয়েটনামৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল। এক শক্তিশালী ব্যৱসায়িক প্ৰতিনিধিৰ দলো ভাৰতলৈ আহিছে।ফলাফলৰ তালিকাঃ ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
May 06th, 03:44 pm
আই আৰ ই এল (ইণ্ডিয়া) লিমিটেড আৰু ভিয়েটনামৰ ইনষ্টিটিউট ফৰ টেকন’লজি অৱ ৰেডিঅ’ এক্টিভ এণ্ড ৰেয়াৰ এলিমেণ্টছ (আই টি আৰ আৰ ই)ৰ মাজত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তিভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
May 06th, 01:00 pm
কেৱল এয়াই নহয়, তেওঁ বুদ্ধগয়াৰ পৰাই তেওঁৰ ভাৰত ভ্ৰমণ আৰম্ভ কৰিছে। ই আমাৰ দুয়োখন দেশৰ অভিন্ন সভ্যতা আৰু আধ্যাত্মিক পৰম্পৰাক প্ৰতিফলিত কৰে। এই ভ্ৰমণ আৰু আমাৰ ফলপ্ৰসূ আলোচনাৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সদিচ্ছাক দৃঢ় ফলাফলত পৰিণত কৰিছো।সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
April 07th, 12:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 03rd, 12:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে
January 03rd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 29th, 11:30 am
নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 23rd, 11:00 am
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে
May 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।ডিজিটেল ৰূপান্তৰক আগুৱাই নিয়াৰ ওপৰত আছিয়ান-ভাৰত যুটীয়া বিবৃতি
October 10th, 05:42 pm
আমি, এছ’চিয়েচন অৱ ছাউথইষ্ট এছিয়ান নেচনছ (আছিয়ান) আৰু ভাৰতৰ সদস্য ৰাষ্ট্ৰসমূহে ২০২৪ চনৰ ১০ অক্টোবৰত লাও পিডিআৰৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলন উপলক্ষে;ভিয়েটনামৰ ৰাষ্ট্ৰপতি তথা দলৰ মহাসচিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 24th, 12:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২৩ ছেপ্টেম্বৰত ইউএনজিএত অনুষ্ঠিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ মাজতে নিউয়ৰ্কত ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ মহাসচিব তথা ভিয়েটনাম সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি এইচ. ই. শ্ৰী টু লামক সাক্ষাৎ কৰে।ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি (০১ আগষ্ট, ২০২৪)
August 01st, 12:30 pm
মই প্ৰধানমন্ত্ৰী ফাম মিং চিং আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। আৰম্ভণিতে, সকলো ভাৰতীয়ৰ হৈ, সঞ্চালক প্ৰধান ন্যুয়েন ফু চোঙৰ মৃত্যুত মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো।Prime Minister’s meeting with the Prime Minister of Vietnam
May 20th, 12:07 pm
PM Modi met H.E. Mr. Pham Minh Chinh, Prime Minister of Vietnam on 20 May 2023 in Hiroshima on the sidelines of G-7 Summit. They committed to deepen bilateral and investment ties and also discussed building opportunities in the fields of defence, resilient supply chains, energy, science and technology, human resource development, culture & people to people ties.ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটিৰ উদ্বোধনী কাৰ্য্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 23rd, 02:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটি (IPEF) ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্য্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম জোচেফ আৰ. বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম কিশিদা ফুমিঅ’কে প্ৰমুখ্য কৰি অষ্ট্ৰেলিয়া, ব্ৰুনাই, ইণ্ডোনেছিয়া, কোৰিয়া গণৰাজ্য, মালয়েছিয়া, নিউজিলেণ্ড, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি অংশীদাৰ দেশৰ নেতাসকলে ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰে।ভিয়েটনামৰ প্ৰধানমন্ত্ৰী মহামহিম ফাম মিন চিনৰ সৈতে টেলিফোনৰে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
July 10th, 01:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েটনামৰ প্ৰধানমন্ত্ৰী মহামহিম ফাম মিন চিনৰ সৈতে টেলিফোনৰে বাৰ্তালাপ কৰে।India - Vietnam Joint Vision for Peace, Prosperity and People
December 21st, 04:50 pm
PM Narendra Modi and PM Nguyen Xuan Phuc of Vietnam co-chaired a virtual summit on 21 December 2020, during which they exchanged views on wide-ranging bilateral, regional and global issues and set forth the 'Joint Vision for Peace, Prosperity and People' to guide the future development of India-Vietnam Comprehensive Strategic Partnership.ফলাফলৰ তালিকাঃ ভাৰত-ভিয়েটনাম ভাৰ্চুৱেল সন্মিলন (২১ ডিচেম্বৰ, ২০২০
December 21st, 04:40 pm
ফলাফলৰ তালিকাঃ ভাৰত-ভিয়েটনাম ভাৰ্চুৱেল সন্মিলন (২১ ডিচেম্বৰ, ২০২০India-Vietnam Leaders’ Virtual Summit
December 21st, 04:26 pm
Prime Minister Narendra Modi held a virtual summit with PM Nguyen Xuan Phuc of Vietnam. The two Prime Ministers reviewed ongoing bilateral cooperation initiatives, and also discussed regional and global issues. A ‘Joint Vision for Peace, Prosperity and People’ document was adopted during the Summit, to guide the future development of the India-Vietnam Comprehensive Strategic Partnership.Virtual Summit between Prime Minister Shri Narendra Modi and Prime Minister of Vietnam H.E. Nguyen Xuan Phuc
December 19th, 08:56 am
Prime Minister Shri Narendra Modi will be holding Virtual Summit with the Prime Minister of Vietnam H.E Mr. Nguyen Xuan Phuc on 21 December 2020.