বিদিশাৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

July 16th, 11:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ বিদিশাত হোৱা মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়ক 2 লাখ টকাৰ অনুদান ঘোষণা কৰিছে।