প্ৰধানমন্ত্ৰীৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণনজীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন

May 04th, 08:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণনজীক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে

April 14th, 10:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি পুথাণ্ডুৰ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে।

উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

February 16th, 09:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া উপৰাষ্ট্ৰপতি ভৱনত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণন জীক সাক্ষাৎ কৰে।

দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জনাবলৈ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 20th, 07:52 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণ জীক সাক্ষাৎ কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনায়।

জনসেৱাত ২৪ বছৰ সম্পূৰ্ণ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতিয়ে জনোৱা শুভেচ্ছাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন

October 09th, 01:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৪ বছৰৰ অবিৰত সেৱা সম্পূৰ্ণ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

September 28th, 09:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে।

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে

September 17th, 09:22 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। আপোনাৰ শুভেচ্ছাই সমৰ্পণৰ মনোভাৱেৰে ৰাষ্ট্ৰ সেৱাৰ সংকল্পক অধিক সুদৃঢ় কৰিছে, শ্ৰী মোদীয়ে কয়।

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে থিৰু চি পি ৰাধাকৃষ্ণনৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

September 12th, 12:16 pm

ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে থিৰু চি পি ৰাধাকৃষ্ণনৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী ৰাধাকৃষ্ণনলৈ ৰাইজৰ সেৱাৰ হকে উৎসৰ্গিত, উপ-ৰাষ্ট্ৰপতি পদৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে

September 09th, 11:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে তেওঁক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে ২০২৫-ৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে শ্ৰী চিপি ৰাধাকৃষ্ণনক অভিনন্দন জনায়

September 09th, 08:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫-ৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে শ্ৰী চিপি ৰাধাকৃষ্ণনক অভিনন্দন জ্ঞাপন কৰে।

২০২৫ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ ভোটদান

September 09th, 10:36 am

২০২৫ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভোটদান কৰে।

NDA’s Vice Presidential nominee Thiru CP Radhakrishnan Ji meets Prime Minister

August 18th, 03:14 pm

NDA’s Vice Presidential nominee Thiru CP Radhakrishnan Ji met the Prime Minister, Shri Narendra Modi in New Delhi today.

থিৰু চি পি ৰাধাকৃষ্ণন জীক এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়নক আদৰণি প্ৰধানমন্ত্ৰীৰ

August 17th, 08:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে থিৰু চি পি ৰাধাকৃষ্ণন জীক মনোনীত কৰাৰ সিদ্ধান্তক আদৰণি জনায়।

শ্ৰী জগদীপ ধনখড়ৰ সুস্বাস্থ্য কামনা প্ৰধানমন্ত্ৰীৰ

July 22nd, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী জগদীপ ধনখড়ৰ সুস্বাস্থ্য কামনা কৰিছে। শ্ৰী মোদীয়ে কয় যে শ্ৰী জগদীপ ধনখড়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে তথা বিভিন্ন সামৰ্থ্যৰে আমাৰ দেশলৈ বিভিন্ন সেৱা আগবঢ়োৱাৰ বহু সুযোগ লাভ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালক আতিথ্য প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে

April 21st, 08:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি মাননীয় জে ডি ভেন্সৰ সৈতে দেশখনৰ দ্বিতীয় মহিলা শ্ৰীমতী ঊষা ভেন্স, তেওঁলোকৰ সন্তান আৰু আমেৰিকা প্ৰশাসনৰ জ্যেষ্ঠ সদস্যসকলৰে মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতিৰ সুস্বাস্থ্য আৰু আৰোগ্য কামনা কৰে

March 09th, 04:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উপ-ৰাষ্ট্ৰপতিৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰে। এইমছলৈ গৈ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰ জীৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰিলোঁ। তেওঁৰ সুস্বাস্থ্য আৰু সোনকালে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছো, শ্ৰী মোদীয়ে উল্লেখ কৰে।

দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ উপ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে

October 31st, 10:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ক সাক্ষাৎ কৰি দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে জন্মদিনৰ শুভেচ্ছাৰ বাবে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে

September 17th, 08:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিলৈ তেখেতৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

'এক পেড় মা কে নাম'ৰ অধীনত গছপুলি ৰোপণ কৰা উপ-ৰাষ্ট্ৰপতিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

July 27th, 10:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰে নিজৰ মাতৃৰ সন্মানত এজোপা গছপুলি ৰোপণ কৰাটো প্ৰেৰণাদায়ক।

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পাঠ

December 04th, 11:56 am

এইবেলি জাৰ সম্ভৱতঃ পলম পৰিছে আৰু অতি লেহেমীয়াকৈ আহিছে, কিন্তু ৰাজনৈতিক উত্তাপ অতি দ্ৰুতগতিত বাঢ়িছে। কালি, চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষিত হৈছে, ফলাফল খুবেই উৎসাহজনক।