দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

December 15th, 10:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পূৰ্বে দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে ২০২৪ চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ দিল্লীত তিনিদিনীয়া সন্মিলনখন অনুষ্ঠিত হয়।