প্ৰধানমন্ত্ৰীয়ে কচ্ছৰ সৌন্দৰ্য্যৰ বুৰঞ্জী লিখাৰ প্ৰচেষ্টা আৰু মটৰ চাইকেল আৰোহীসকলক তালৈ যাবলৈ উৎসাহিত কৰাৰ বাবে প্ৰশংসা কৰে

July 20th, 08:59 am

কালি নতুন দিল্লীত টিভিএছ মটৰ কোম্পানীৰ শ্ৰী ভেনু শ্ৰীনিবাসন আৰু শ্ৰী সুদৰ্শন ভেনুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। কচ্ছৰ সৌন্দৰ্য্যৰ বুৰঞ্জী লিখাৰ প্ৰচেষ্টাৰ লগতে মটৰ চাইকেল আৰোহীসকলক তালৈ যাবলৈ উৎসাহিত কৰাৰ বাবে শ্ৰী মোদীয়ে তেওঁলোকক প্ৰশংসা কৰে।