অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয় লোকসকলৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 03:22 pm
ইয়াৰ আগতে মই ছিডনীত দুবাৰকৈ আপোনালোকক লগ পাইছিলোঁ, মেলবৰ্ণবাসীৰ সৈতে দেখা কৰিবলৈ ময়ো বাট চাই আছিলোঁ। সেয়ে ভাবিলোঁ এইবাৰ মেলবৰ্ণবাসীৰ সৈতে ফ্লেট হোৱাইট কফি খাম।অষ্ট্ৰেলিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়াত থকা ভাৰতীয় সমূদায়ৰ এক বৃহৎ সমাৱেশক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এক বিশেষ সৌজন্যতা প্ৰদৰ্শন কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজেও প্ৰব্ৰাসী ভাৰতীয়সকলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত চিকিৎসকসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
July 01st, 12:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে সমগ্ৰ দেশৰ চিকিৎসকসকলক শুভেচ্ছা জনাই ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ অটল সেৱা, সহানুভূতি আৰু প্ৰতিশ্ৰুতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।ভেনিজুৱেলাত ভয়ংকৰ ভূমিকম্পৰ ধ্বংসলীলাত হোৱা প্ৰাণহানিৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
June 25th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভেনিজুৱেলাত ভয়ংকৰ ভূমিকম্পৰ ধ্বংসলীলাত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰিছে। ভাৰতৰ জনসাধাৰণৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰি শ্ৰী মোদীয়ে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে আৰু দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰে।Acting President of Venezuela meets Prime Minister
June 04th, 09:50 pm
PM Modi met Acting President of Venezuela Delcy Rodríguez and held extensive discussions on expanding cooperation in energy, critical minerals, technology, agriculture, healthcare and people-to-people ties. Highlighting Venezuela as a valued partner in Latin America, PM Modi reaffirmed India’s commitment to strengthening cooperation for the benefit of both nations and the Global South.ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ পৰা ফোন কল লাভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
January 30th, 09:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভেনিজুৱেলা বলিভাৰ গণৰাজ্যৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী ডেলচি এলোইনা ৰড্ৰিগেজ গোমেজৰ পৰা এটি ফোন কল লাভ কৰে।PM greets the people of Venezuela on Venezuela's Independence Day
July 05th, 11:37 am