এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছত বৈষ্ণৱী পুনেয়ানীৰ ব্ৰঞ্জৰ পদক উদযাপন প্ৰধানমন্ত্ৰীৰ

October 25th, 07:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বৈষ্ণৱী পুনেয়ানীক অভিনন্দন জ্ঞাপন কৰিছে৷