প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে মিজোৰামৰ ৰাজ্যপালে

January 21st, 12:54 pm

মিজোৰামৰ ৰাজ্যপাল জেনেৰেল ভি কে সিঙে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।