ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 10:45 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

January 14th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।

মকৰ সংক্ৰান্তি, উত্তৰায়ণ আৰু মাঘ বিহু উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

মকৰ সংক্ৰান্তি, উত্তৰায়ণ আৰু মাঘ বিহু উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

January 14th, 08:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মকৰ সংক্ৰান্তি, উত্তৰায়ণ আৰু মাঘ বিহু উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

PM conveys Makar Sankranti greetings

January 15th, 09:38 am

The Prime Minister, Shri Narendra Modi has extended his best wishes on the occasion of Makar Sankranti.

উত্তৰায়নৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

January 14th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰায়ন উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে৷

উত্তৰায়ণৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

January 14th, 12:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰায়ণ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

মকৰ সংক্রান্তি, উত্তৰায়ন, ভোগী, মাঘ বিহু আৰু পোংগল উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা প্রধানমন্ত্রীৰ

January 14th, 10:24 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে এলানি টুইটযোগে আজি মকৰ সংক্রান্তি, উত্তৰায়ন, ভোগী, মাঘ বিহু আৰু পোংগল উপলক্ষে দেশবাসীক শুভেচ্ছা জনায়৷

ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ সামৰণি ভাষণৰ পাঠ

January 13th, 05:31 pm

ক’ভিডৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ডঃ মনসুখ মাণ্ডব্য, ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্ৰবীণ পাৱাৰসহ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত বিষয়াসকলে দেশৰ মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।

ক’ভিড ১৯ৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক বিস্তৃত উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰীয়ে

January 13th, 05:30 pm

ক’ভিডৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ডঃ মনসুখ মাণ্ডব্য, ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্ৰবীণ পাৱাৰসহ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত বিষয়াসকলে দেশৰ মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।

PM extends Uttarayan greetings

January 14th, 04:18 pm

PM Modi wished people on Uttarayan today.

ভাৰতত উদযাপিত বিভিন্ন উৎসৱ উপলক্ষে ৰাষ্ট্ৰবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

January 14th, 01:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত উদযাপিত উৎসৱ উপলক্ষে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

সমগ্ৰ দেশত উদযাপিত বিভিন্ন উৎসৱ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

January 14th, 03:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত উদযাপিত বিভিন্ন উৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে।

PM Modi conveys greetings to citizens on occasion of various festivals across the Nation

January 14th, 07:42 pm

Prime Minister Narendra Modi today greeted people across the country on the occasion of various festivals being celebrated. The PM took to twitter and wrote, Today people across India are celebrating various festivals. My greetings to everyone celebrating these auspicious festivals!

PM conveys greetings to citizens on occasion of various festivals across the Nation

January 14th, 09:45 am



PM conveys heartfelt greetings to fellow countrymen and women on occasion of various festivals across the Nation

January 14th, 11:00 am

PM conveys heartfelt greetings to fellow countrymen and women on occasion of various festivals across the Nation

Salman Khan meets Shri Narendra Modi on Uttarayan

January 14th, 01:49 pm

Salman Khan meets Shri Narendra Modi on Uttarayan