আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ পৰা টেলিফোন কল লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
August 08th, 10:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স ডাঙৰীয়াৰ পৰা টেলিফোন কল লাভ কৰে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালক আতিথ্য প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে
April 21st, 08:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি মাননীয় জে ডি ভেন্সৰ সৈতে দেশখনৰ দ্বিতীয় মহিলা শ্ৰীমতী ঊষা ভেন্স, তেওঁলোকৰ সন্তান আৰু আমেৰিকা প্ৰশাসনৰ জ্যেষ্ঠ সদস্যসকলৰে মিলিত হয়।