PM Modi’s meeting with President of the European Council, and President of the European Commission on the sidelines of the G7 Summit

June 17th, 06:43 pm

PM Modi met European Council President António Costa and European Commission President Ursula von der Leyen on the sidelines of the G7 Summit in France. The leaders welcomed the conclusion of India-EU FTA negotiations and reaffirmed their commitment to advancing the Joint India-EU Comprehensive Strategic Agenda, strengthening trade, investment and strategic cooperation.

বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

June 10th, 11:50 pm

প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

ছুইডেনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

May 17th, 06:09 pm

ছুইডেনৰ গোটেনবাৰ্গত উপস্থিত হোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্ৰমণৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰম্ভ কৰাৰ সময়তে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে নিজেই উষ্ম আদৰণি জনায়। ছুইডেনেও প্ৰধানমন্ত্ৰী মোদীক এস্কৰ্ট কৰিবলৈ নিজৰ যুদ্ধ বিমান প্ৰেৰণ কৰে। এই ভ্ৰমণে ভাৰত-ছুইডেনৰ সম্পৰ্কৰ ক্ৰমবৰ্ধমান গভীৰতা আৰু মূল খণ্ডসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ দিশত ভাগ-বতৰা কৰা প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে।

Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy

May 15th, 07:56 am

PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.

ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)

May 11th, 09:00 pm

২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।

২০৩০ চনৰ দিশত: ভাৰত-ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী

January 27th, 06:48 pm

২০২৬ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ‘১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘৰ শীৰ্ষ সন্মিলন’ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় সংঘৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচীৰ লক্ষ্য হৈছে ইউৰোপীয় সংঘ-ভাৰতৰ সহযোগিতাক বিস্তৃত, গভীৰ আৰু উন্নত সমন্বয়ৰ দ্বাৰা কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰি তোলা যাতে উভয় অংশীদাৰৰ লগতে সামগ্ৰিক বিশ্বৰ বাবে পাৰস্পৰিকভাৱে লাভজনক, সুনিৰ্দিষ্ট আৰু পৰিৱৰ্তনশীল ফলাফল প্ৰদান কৰিব পৰা হয়।

ভাৰত - ইউৰোপীয় পৰিষদ-ৰ সভাপতি আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতিৰ ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ আৰু ১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘ-ৰ শীৰ্ষ সন্মিলন সম্পৰ্কে ইউৰোপীয় সংঘ-ৰ যুটীয়া বিবৃতি

January 27th, 06:15 pm

প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত ইউৰোপীয় পৰিষদ-ৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত নেতাসকলে ভাৰত–ইউৰোপীয় সংঘ-ৰ ঐতিহাসিক এফটিএ সম্পৰ্কীয় আলোচনাৰ সফল সমাপ্তিৰ প্ৰশংসা কৰে আৰু “২০৩০ চনৰ দিশত: ভাৰত–ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী” গ্ৰহণ কৰে।

ফলাফলৰ তালিকা: ইউৰোপীয় পৰিষদৰ অধ্যক্ষ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ ভাৰত ভ্ৰমণ

January 27th, 02:53 pm

২০৩০ৰ দিশেঃ ভাৰত-ইউৰোপীয় সংঘৰ এক যুটীয়া ব্যাপক কৌশলগত এজেণ্ডা

ইউৰোপীয় পৰিষদৰ অধ্যক্ষ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

January 27th, 01:30 pm

ভাৰতলৈ এই ঐতিহাসিক ভ্ৰমণৰ সময়ত মোৰ দুই ঘনিষ্ঠ বন্ধু অধ্যক্ষ কষ্টা আৰু অধ্যক্ষ ভন ডাৰ লেয়েনক স্বাগতম জনাই মই অতিশয় আনন্দিত হৈছো।

উৎসাহ আৰু ৰাষ্ট্ৰীয় গৌৰৱেৰে গণৰাজ্য দিৱস উদযাপন কৰাক লৈ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

January 26th, 04:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে অতি উৎসাহ আৰু গৌৰৱেৰে গণৰাজ্য দিৱস উদযাপন কৰে।

ছবিত: নতুন দিল্লীৰ ‘কৰ্তব্য পথ’ত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন

January 26th, 08:12 am

‘কৰ্তব্য পথ’ত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ ঐক্য, সামৰ্থ্য আৰু ঐতিহ্যৰ প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই দিৱসৰ আৰম্ভণি কৰে আৰু বীৰসকলৰ প্ৰতি ৰাষ্ট্ৰৰ কৃতজ্ঞতা পুনৰ দৃঢ় কৰে

প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিলে ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনে

September 17th, 07:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপীয় আয়োগৰ সভানেত্ৰী মহামহিম উৰ্চুলা ভন ডেৰ লেয়েনৰ এটা ফোনকল গ্ৰহণ কৰে।

ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনৰ সৈতে টেলিফোনত কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

September 04th, 06:27 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় পৰিষদৰ সভাপতি মহামহিম এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি মহামহিম উৰ্চুলা ভন ডেৰ লেয়েনৰ সৈতে টেলিফোনত কথা পাতে।

Prime Minister interacts with President of the European Commission during G7 summit

June 18th, 03:04 pm

The Prime Minister Shri Narendra Modi held a fruitful discussion with the President of the European Commission, Ms. Ursula von der Leyen during the G7 Summit at Kananaskis, Canada on 17th June 2025.

এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি

March 05th, 11:37 am

ভাৰতে গুৰুত্বপূৰ্ণ ঘৰুৱা খণ্ডসমূহত অগ্ৰগতি লাভ কৰাৰ সমান্তৰালভাৱে বিশ্ব অংশীদাৰসকলৰ সৈতে এটা সপ্তাহৰ ব্যাপক সংযোগ প্ৰত্যক্ষ কৰিছে। ইউৰোপীয় আয়োগৰ নেতৃত্বই ভাৰত ভ্ৰমণ কৰিছিল, লেটিন আমেৰিকাৰ সৈতে বাণিজ্যিক আলোচনা আগবাঢ়িছিল আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ীসকলে দেশখনত নিজৰ উপস্থিতি বৃদ্ধি কৰিছিল। ইফালে ভাৰতৰ লজিষ্টিক, স্বাস্থ্যসেৱা আৰু বিমান পৰিবহণ খণ্ডত এনে পৰিৱৰ্তন ঘটিছে, যিয়ে স্থায়ী অৰ্থনৈতিক প্ৰভাৱ পেলাব পাৰে।

যৌথ বিবৃতি: ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ দ্বিতীয় বৈঠক, নতুন দিল্লী (২৮ ফেব্ৰুৱাৰী, ২০২৫)

February 28th, 06:25 pm

ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ (টিটিচি) দ্বিতীয়খন বৈঠক ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হয়।ইয়াত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ; বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল; আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰযুক্তি সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু গণতন্ত্ৰৰ কাৰ্যবাহী উপ-সভানেত্ৰী শ্ৰীমতী হেনা ভিৰকুনেন, বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তাৰ আয়ুক্ত, আন্তঃপ্ৰতিষ্ঠানিক সম্পৰ্ক আৰু স্বচ্ছতা শ্ৰী মাৰোছ শ্বেফচভিচ আৰু ষ্টাৰ্টআপ, গৱেষণা আৰু উদ্ভাৱনৰ আয়ুক্ত শ্ৰীমতী একাটেৰিনা জাহাৰিয়েভাই সহ-অধ্যক্ষতা কৰে।

নেতাসকলৰ বিবৃতিঃ ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েন আৰু ইইউ কলেজ অৱ কমিছনাৰ্ছৰ ভাৰত ভ্ৰমণ (২৭-২৮ ফেব্ৰুৱাৰী, ২০২৫)

February 28th, 06:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েনে দৃঢ়তাৰে কয় যে ইউৰোপিয়ান ইউনিয়ন (EU)-ভাৰত কৌশলগত অংশীদাৰিত্বই তেওঁলোকৰ জনতা আৰু বৃহত্তৰ বিশ্বৰ মংগলৰ বাবে ব্যাপক সুবিধা প্ৰদান কৰিছে। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ ২০ বছৰীয়া কৌশলগত অংশীদাৰিত্ব আৰু ৩০ বছৰীয়া ভাৰত-ইচি সহযোগিতা চুক্তিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই অংশীদাৰিত্বক উচ্চ পৰ্য্যায়লৈ উন্নীতকৰণৰ অংগীকাৰ কৰে।

ইউৰোপিয়ান কমিচনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত উৰ্চুলা ভন ডেৰ লেয়েনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

July 19th, 11:48 am

এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ়কৰণৰ বাবে তেখেত একেলগে কাম কৰিবলৈ আগ্ৰহী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছে ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনে

June 06th, 01:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনৰ পৰা টেলিফোন কল লাভ কৰে।

নতুন দিল্লীত ইউৰোপিয়ান কমিশ্যনৰ ৰাষ্ট্ৰপতি উৰ্চুলা ভন ডেৰ লেয়েনৰে বৈঠক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 25th, 04:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপিয়ান কমিশ্যনৰ ৰাষ্ট্ৰপতি মহামান্য উৰ্চুলা ভন ডেৰ লেয়েনক আদৰণি জনায়।