Cabinet approves extension corridor from Noida Sector 142 to Botanical Garden (Noida) for a length of 11.56 Km with 8 stations

February 14th, 01:08 pm

The Union Cabinet, chaired by PM Modi, has approved the Extension Corridor from Noida Sector 142 to Botanical Garden (Noida) of the Noida Metro Rail Project, covering a length of 11.56 km with 8 elevated stations. The project will enhance connectivity, stimulate economic activity and ease urban mobility for both residents and commuters, while significantly reducing carbon emissions.

প্ৰধানমন্ত্ৰীয়ে ২০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব

September 19th, 05:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। তেখেতে পুৱা প্ৰায় ১০:৩০ বজাত ভাৱনগৰত ‘সমুদ্ৰ সে সমৃদ্ধি’ কাৰ্য্যসূচীত অংশগ্ৰহণেৰে ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। লগতে তেখেতে এই উপলক্ষে সমবেতসকলক সম্বোধন কৰিব।

নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপ’ ২০২৫ ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 17th, 11:00 am

যোৱাবাৰ আপোনালোকৰ মাজলৈ অহাৰ সময়ত লোকসভা নিৰ্বাচন তেনেই সামগত আছিল। সেই সময়ত আপোনালোক সকলোৰে আস্থাৰ বাবেই মই কৈছিলোঁ যে অহাবাৰো ইণ্ডিয়া মবিলিটি এক্সপ’লৈ নিশ্চয় আহিম। দেশে তৃতীয়বাৰৰ বাবে আমাক আশীৰ্বাদ দিলে। আপোনালোক সকলোৱে মোক আকৌ এবাৰ ইয়ালৈ নিমন্ত্ৰণ জনাইছে, আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত মোবিলিটি গ্লোবেল এক্সপো ২০২৫ উদ্বোধন কৰে

January 17th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতৰ সৰ্ববৃহৎ গতিশীলতা প্ৰদৰ্শনী-ভাৰত মোবিলিটি গ্লোবেল এক্সপো ২০২৫ উদ্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁৰ চৰকাৰক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে যোৱা বছৰৰ ৮০০ গৰাকী প্ৰদৰ্শক, ২.৫ লাখ দৰ্শনাৰ্থীৰ তুলনাত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ আন দুটা স্থানত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীৰ সৈতে এই বছৰৰ প্ৰদৰ্শনীৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অহা ৫ দিনৰ ভিতৰত বহুতো নতুন বাহন মুকলি কৰা হ'ব য'ত সংখ্যক প্ৰতিনিধি উপস্থিত থাকিব। ই দেখুৱায় যে ভাৰতত গতিশীলতাৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত যথেষ্ট ইতিবাচকতা আছে, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে ভাৰতৰ স্বয়ংচালিত উদ্যোগ চমৎকাৰ ভৱিষ্যতৰ বাবে সাজু বুলি উল্লেখ কৰি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে।

PM chairs 45th PRAGATI Interaction

December 26th, 07:39 pm

PM Modi chaired the meeting of the 45th edition of PRAGATI. In the meeting, eight significant projects were reviewed, which included six Metro Projects of Urban Transport and one project each relating to Road connectivity and Thermal power. The combined cost of these projects, spread across different States/UTs, is more than Rs. 1 lakh crore.