৮ ছেপ্টেম্বৰত গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 07th, 11:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১২বজাত প্ৰধানমন্ত্ৰীয়ে ভদোদৰাত ৩৫,০০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমবেত সকলকো সম্বোধন কৰিব।জল বিষয়ক ৰাষ্ট্ৰীয় বিভাগীয় সন্মিলনৰ সামৰণি অধিৱেশনত সভাপতিত্ব প্ৰধানমন্ত্ৰীৰ
September 02nd, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জল শক্তি মন্ত্ৰালয়ে আয়োজন কৰা জল সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় বিভাগীয় সন্মিলনৰ সামৰণি অধিৱেশনত সভাপতিত্ব কৰে।উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰেছ বিবৃতি
August 30th, 01:30 pm
উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰেছ বিবৃতি৪ জুলাইত প্ৰধানমন্ত্ৰীৰ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ
July 03rd, 11:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৪ জুলাইত ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমানবন্দৰৰ টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু যোধপুৰত ত্বৰান্বিত উড়ান আঁচনিৰ শুভাৰম্ভ কৰিব। পৰৱৰ্তী সময়ত প্ৰায় ১২.১৫ বজাত তেওঁ প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ বাবে বালোত্ৰালৈ যাত্ৰা কৰিব। এই উপলক্ষে তেওঁ এক ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 20th, 01:10 pm
সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জী, ৰাজ্যপাল শ্ৰীযুত হৰি বাবু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন চৰণ মাঝি জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী কনক বৰ্ধন সিং দেও জী, শ্ৰীমতী প্ৰৱতী পৰিদা জী, ওড়িশাৰ মন্ত্ৰী শ্ৰী গণেশ সিং খুন্তিয়া জী, শ্ৰী কৃষ্ণ চন্দ্ৰ মহাপাত্ৰ জী, সংসদ সদস্য শ্ৰী নৱ চৰণ মাঝি জী, শ্ৰী মনমোহন সমল জী, শ্ৰী বৈজয়ন্ত পাণ্ডা জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 20th, 01:00 pm
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ময়ূৰভঞ্জ জিলাৰ পাহাড়পুৰ গাঁও ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ উপবন চাওতালী জাহেৰা আৰু হো জাহেৰা, দক্ষতা কেন্দ্ৰ আৰু পাহাড়পুৰ বিদ্যালয়ত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ বিষয় হৈছে ‘বিকাশ ৰা ধাৰা, ওড়িশা সাৰা’। শ্ৰী মোদীয়ে ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।২০ জুনত ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 11:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০জুনত ওড়িশা ভ্ৰমণ কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক সংগ দিব, সেয়েহে ই ৰাজ্যখনৰ বাবে এক বিৰল আৰু গুৰুত্বপূৰ্ণ উপলক্ষ হৈ পৰিব।প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছেইণ্ট গোবেইনৰ উপস্থিতি সম্প্ৰসাৰণৰ বিষয়ে মুখ্য কাৰ্যবাহী বিষয়া বেন’ইট বাজিনৰ সৈতে আলোচনা কৰে
June 18th, 06:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেণ্ট গোবেইনৰ বেন’ইট বাজিনৰ সৈতে মত বিনিময় কৰাৰ বিষয়কলৈ আনন্দ প্ৰকাশ কৰিছে।শ্লভাকিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্য
June 15th, 03:00 pm
আজি প্ৰধানমন্ত্ৰী আৰু মই আমাৰ পাৰস্পৰিক সহযোগিতাক এক নতুন দিশ আৰু নতুন শক্তি প্ৰদান কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিলোঁ। আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা প্ৰগতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় (কোটেশ্বৰ পথৰ পৰা বিমানবন্দৰ কৰিডৰ)ত কেবিনেটৰ অনুমোদন
June 10th, 01:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় (এ) ত অনুমোদন জনাইছে য’ত ৫টা ষ্টেচনৰ সৈতে ৬.০৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰ আছে। দ্বিতীয় পৰ্যায় (এ) ৰ কাৰ্য্যকৰীকৰণৰ পাছত আহমেদাবাদ-গান্ধীনগৰত ৭৭.৬৩কিলোমিটাৰ সক্ৰিয় মেট্ৰ’ ৰে’ল নেটৱৰ্ক থাকিব। দ্বিতীয় পৰ্যায়ৰ (এ) কৰিডৰত থকা ষ্টেচনসমূহৰ নাম হ’ল-আশ্ৰম পথ, কোটেশ্বৰ প্ৰাচীন মন্দিৰ, সবৰমতী নদী, চৰ্দাৰ নগৰ আৰু বিমানবন্দৰ।Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।ৰামেশ্বৰৰ পৰা পাৰাদ্বীপলৈ (২টা পেকেজত মুঠ ১৬৩.১৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় ঘাইপথৰ অংশ) ওড়িশাত হাইব্ৰিড বাৰ্ষিক পদ্ধতিত নতুন উপকূলীয় ঘাইপথ নিৰ্মাণত কেবিনেটৰ অনুমোদন
June 03rd, 03:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ওড়িশাত হাইব্ৰিড বাৰ্যিক পদ্ধতি (এইচএএম)ত ৰামেশ্বৰৰ পৰা পাৰাদ্বীপলৈ নতুন উপকূলীয় ঘাইপথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।ভাৰত-নেদাৰলেণ্ডৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]
May 17th, 03:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনে ২০২৬ চনৰ ১৬ মে’ত হেগত এখন বৈঠকত মিলিত হয়। ইয়াৰ বাবে ভাৰত আৰু নেদাৰলেণ্ডে পৰৱৰ্তী পাঁচ বছৰৰ বাবে (২০২৬-২০৩০) ভাৰত-নেদাৰলেণ্ড কৌশলগত অংশীদাৰিত্বৰ কাঠামো গ্ৰহণ কৰে।১০ মে’ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 09th, 11:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১০ মে, ২০২৬ ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব।সিদিনা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্য আৰ্ট অৱ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৩ বজাত প্ৰায় ৯,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব। লগতে এই উপলক্ষ্যে আয়োজিত সভাত তেওঁ ভাষণ দিব। প্ৰায় ৩:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ সিন্ধু হাস্পতাল দেশৰ বাবে উৎসৰ্গা কৰিব।২৮-২৯ এপ্ৰিলত উত্তৰপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 26th, 03:46 pm
২৮-২৯ এপ্ৰিলত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৮ এপ্ৰিলৰ সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলা সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত তেওঁ বাৰাণসীত প্ৰায় ৬,৩৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ ৰাজহুৱা সমাৱেশতো ভাষণ দিব।অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া সংবাদ বিবৃতি
April 16th, 11:55 am
আন্তঃগাঁথনি, উদ্ভাৱন তথা বহনক্ষমতাৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰিয়া নিৰ্ভৰযোগ্য অংশীদাৰ হৈ আহিছে। দিল্লী মেট্ৰোৱে হওক বা হিমালয়ৰ ১০,০০০ ফুট উচ্চতাত নিৰ্মিত অটল সুৰংগই হওক, অষ্ট্ৰিয়াৰ সুৰংগ নিৰ্মাণৰ কাৰুকাৰ্যই এক গভীৰ ছাপ পেলাইছে।জয়পুৰ মেট্ৰ’ প্ৰকল্পৰ দ্বিতীয় পৰ্য্যায়ত কেবিনেটৰ অনুমোদন
April 08th, 04:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাৰ কেন্দ্ৰীয় কেবিনেটে জয়পুৰ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ত অনুমোদন জনাইছে, যি হৈছে ৩৬ টা ষ্টেচনৰে গঠিত প্ৰহ্লাদপুৰাৰ পৰা টোডি মোডলৈ ৪১ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ-দক্ষিণ কৰিডৰ, যাৰ মুঠ প্ৰকল্প ব্যয় ১৩,০৩৭.৬৬ কোটি টকা। এই প্ৰকল্পটো ভাৰত চৰকাৰ আৰু ৰাজস্থান চৰকাৰৰ ৫০:৫০ যুটীয়া উদ্যোগত ৰাজস্থান মেট্ৰ’ ৰেল কৰ্প’ৰেচন লিমিটেডে (আৰ এম আৰ চি এল) ৰূপায়ণ কৰিব।Corruption and appeasement politics of LDF and UDF harm Keralam’s culture and faith: PM Modi in Thiruvalla
April 04th, 08:27 pm
Prime Minister Narendra Modi addressed a massive and enthusiastic gathering in Thiruvalla, energising supporters and expressing confidence that Keralam is on the cusp of a historic political transformation. Highlighting the unprecedented turnout, the Prime Minister said, “The massive presence of people here in Thiruvalla, your trust in the NDA, and the affection and confidence shown by mothers and sisters reflect the mood across Keralam. The state is heading towards a major transformation.”