এছিয়ান পেৰা গেমছ ২০২২ ত পুৰুষৰ হাই জাম্প টি৬৪ ইভেণ্টত উন্নী ৰেণুৰ ব্ৰঞ্জ পদক বিজয়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে

October 23rd, 06:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি-৬৪ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে উন্নী ৰেণুক অভিনন্দন জ্ঞাপন কৰে।