ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

February 19th, 10:00 am

বিশ্বৰ সৰ্ববৃহৎ আৰু ঐতিহাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো। এই সন্মিলন অনুষ্ঠিত হোৱা ভাৰতে মানৱতাৰ এক ষষ্ঠাংশক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ সৰ্ববৃহৎ যুৱ জনসংখ্যাৰ বাসস্থান ভাৰতত সৰ্ববৃহৎ প্ৰযুক্তিগত প্ৰতিভাৰ স্থান, যি সৰ্ববৃহৎ প্ৰযুক্তি-সক্ষম পৰিৱেশ-প্ৰণালীৰ উদাহৰণ। ভাৰতে নতুন প্ৰযুক্তিও সৃষ্টি কৰে আৰু অভূতপূৰ্ব দ্ৰুততাৰে ইয়াক গ্ৰহণ কৰে। নতুন প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী ১.৪০ কোটি ভাৰতীয়ৰ ফালৰ পৰা, মই চৰকাৰৰ মুৰব্বীসকল, বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ-প্ৰণালীৰ নেতাসকল আৰু উদ্ভাৱকসকলক এই সন্মিলনলৈ স্বাগতম জনাইছো।

PM Modi inaugurates India AI Impact Summit 2026

February 19th, 09:40 am

PM Modi inaugurated the AI Impact Summit 2026 and remarked that the world’s largest AI Impact Summit is being held in India, a nation representing one-sixth of humanity. He highlighted that the core purpose of the summit is to deliberate on how AI can be made human-centric. He also presented India’s M.A.N.A.V. Vision for AI and extended an invitation to the world with the call: ‘Design and Develop in India. Deliver to the World. Deliver to Humanity’.

ষ্টাৰ্টআপ ইণ্ডিয়াৰ এটা দশক উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 16th, 01:30 pm

আজি আমি সকলোৱে ইয়াত এক এক বিশেষ অনুষ্ঠানত একত্ৰিত হৈছো। ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক তথা উদ্ভাৱকৰ এই সমাৱেশৰ জৰিয়তে মই মোৰ সন্মুখত দেখিছোঁ এখন নতুন আৰু বিকশিত ভাৰতৰ ভৱিষ্যতৰ ছবি।

গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

July 24th, 04:20 pm

প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সম্পাদিত হোৱাত মই সুখী অনুভৱ কৰিছোঁ।

PM chairs an extensive meeting of the Advisory Board of WAVES

February 07th, 11:41 pm

The Prime Minister Shri Narendra Modi chaired an extensive meeting of the Advisory Board of WAVES through Video Conference today. WAVES is a global summit that brings together the world of entertainment, creativity and culture.

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলায়মৰ মহা কুম্বাবিষেকমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 02nd, 02:45 pm

মহামহিম ৰাষ্ট্ৰপতি প্ৰবোৱো, মুৰুগান মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষ পা হাছিম, পৰিচালন ট্ৰাষ্টী ড° কোবালান, তামিলনাডু আৰু ইণ্ডোনেছিয়াৰ সন্মানীয় গণ্যমান্য ব্যক্তি, পুৰোহিত আৰু আচাৰ্য, প্ৰবাসী ভাৰতীয় সদস্যসকল, ইণ্ডোনেছিয়া আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাগৰিক যিসকল এই পবিত্ৰ অনুষ্ঠানটোৰ অংশ, আৰু এই ঐশ্বৰিক আৰু ভৱিষ্যৎ মন্দিৰটোক বাস্তৱত পৰিণত কৰা সকলো প্ৰতিভাৱান শিল্পীবৃন্দ!

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলয়মৰ মহা কুম্ভ-অভিষেখমৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

February 02nd, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলয়মৰ মহা কুম্ভ-অভিষেখমৰ সময়ত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে। তেওঁ মহামহিম ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ানটো, মুৰুগান মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষ পা হাছিম, পৰিচালন ট্ৰাষ্টী ড° কোবালান, তামিলনাডু আৰু ইণ্ডোনেছিয়াৰ গণ্যমান্য ব্যক্তি, পূজাৰী আৰু আচাৰ্য, প্ৰবাসী ভাৰতীয়, ইণ্ডোনেছিয়া আৰু অন্যান্য দেশৰ এই শুভ অনুষ্ঠানৰ অংশ হিচাপে থকা সকলো নাগৰিক আৰু এই দিব্য ভব্য মন্দিৰৰ নিৰ্মাণক মূৰ্ত ৰূপ দিয়া সকলো প্ৰতিভাশালী কলাকাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ৷

ইউনিটি ইন ক্ৰিয়েটিভিটি প্ৰতিযোগিতাৰ বিজয়ী তথা অংশগ্ৰহণকাৰীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

February 08th, 09:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ত আজাদী কা অমৃত মহোৎসৱৰ অধীনত আয়োজিত ইউনিটি ইন ক্ৰিয়েটিভিটি প্ৰতিযোগিতাৰ বিজয়ী তথা অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনাইছে।