প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰত-মাৰ্কিন কূটনৈতিক সহযোগিতা ফ’ৰামৰ ব’ৰ্ড সদস্যৰ

October 30th, 07:41 pm

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেষ্ঠ উদ্যোগপতি আৰু ব্যৱসায়িক নেতাৰে গঠিত ভাৰত–মাৰ্কিন কূটনৈতিক সহযোগিতা ফ’ৰামৰ ব’ৰ্ড সদস্যই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷