ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 18th, 08:10 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আনুষ্ঠানিক ভাৰত ভ্ৰমণত আহে। এই ভ্ৰমণৰ সময়ত তেওঁ ২০২৬ চনৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। মেক্ৰন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ যৌথভাৱে উদ্বোধন কৰে। এয়া ৰাষ্ট্ৰপতি মেক্ৰনৰ চতুৰ্থটো ভাৰত ভ্ৰমণ, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণ কৰিছিল।যৌথ বিবৃতিঃ ভাৰত আৰু ব্ৰাজিল-মহান উদ্দেশ্যৰে সমৃদ্ধ দুখন আদৰ্শৱান ৰাষ্ট্ৰ
July 09th, 05:55 am
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাৰ আমন্ত্ৰণত ২০২৫ চনৰ ৮ জুলাইত ব্ৰাজিল ভ্ৰমণ কৰে। বিগত আঠ দশক ধৰি বন্ধুত্ব আৰু বিশ্বাসৰ মনোভাৱ ব্ৰাজিল-ভাৰতৰ সম্পৰ্কৰ আধাৰশিলা হৈ আহিছে। ২০০৬ চনত এই সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়।ৰিঅ' ডি জেনেৰিঅ' ঘোষণা- অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ
July 07th, 06:00 am
আমি ব্ৰিকছ দেশসমূহৰ নেতাসকল ৬-৭ জুলাই, ২০২৫-ত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'-ত XVII ব্ৰিকছ সন্মিলনৰ বাবে সমবেত হওঁ। এই সন্মিলনৰ বিষয়বস্তু হৈছে অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ।চিলিৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অনুবাদ
April 01st, 12:31 pm
ৰাষ্ট্ৰপতি বৰিকৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভাৰতৰ প্ৰতি তেওঁৰ দৃঢ় বন্ধুত্ববোধ আৰু আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সঁচাকৈয়ে আচৰিত। ইয়াৰ বাবে মই তেওঁক আন্তৰিক অভিনন্দন জনাইছো, আৰু তেওঁক আৰু তেওঁৰ বিশিষ্ট প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 12th, 03:22 pm
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰে। ২০২৫ চনৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত ফ্ৰান্স আৰু ভাৰতে ব্লেচলি পাৰ্ক (২০২৩ চনৰ নৱেম্বৰ) আৰু ছিউল (২০২৪ চনৰ মে’) সন্মিলনৰ সময়ত লাভ কৰা গুৰুত্বপূৰ্ণ কৃতিত্বক গঢ়ি তুলিবলৈ কৃত্ৰিম বুদ্ধিমত্তা কাৰ্য সন্মিলনৰ সহ-অধ্যক্ষতা হিচাপে কাম কৰে। এই সন্মিলনত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নেতা, ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ মুৰব্বী, শিক্ষাবিদ, বেচৰকাৰী সংস্থা, শিল্পী আৰু নাগৰিক সমাজৰ সদস্যসকল উপস্থিত থাকে। তেওঁলোকে বিশ্বজুৰি এআই খণ্ডই যাতে জনস্বাৰ্থত লাভজনক সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত ফলাফল লাভ কৰে তাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত এআই কাৰ্য সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনায়। পৰৱৰ্তী এআই সন্মিলন আয়োজন কৰাৰ বাবে ফ্ৰান্সে ভাৰতক অভিনন্দন জনায়।ফ্রান্সৰ ৰাষ্ট্রপতিৰ সৈতে প্রধানমন্ত্রীৰ টেলিফোনিক বার্তালাপ
September 21st, 06:05 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্ৰ’ সৈতে টেলিফোনযোগে কথা পাতে৷Prime Minister speaks on phone with his German counterpart, Federal Chancellor Dr Angela Merkel
August 23rd, 08:23 pm
Prime Minister Shri Narendra Modi spoke on phone today with his German counterpart, Federal Chancellor Dr Angela Merkel.India-Vietnam Leaders’ Virtual Summit
December 21st, 04:26 pm
Prime Minister Narendra Modi held a virtual summit with PM Nguyen Xuan Phuc of Vietnam. The two Prime Ministers reviewed ongoing bilateral cooperation initiatives, and also discussed regional and global issues. A ‘Joint Vision for Peace, Prosperity and People’ document was adopted during the Summit, to guide the future development of the India-Vietnam Comprehensive Strategic Partnership.৭৫ সংখ্যক ৰাষ্ট্ৰ সংঘ সাধাৰণ পৰিষদ (UNGA) সত্ৰ, ২০২০ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পা
September 26th, 06:47 pm
সাধাৰণ পৰিষদৰ সন্মানীয় অধ্যক্ষ মহোদয়। ভাৰতৰ ১.৩ বিলিয়ন নাগৰিকৰ হৈ, ৰাষ্ট্ৰ সংঘৰ ৭৫ সংখ্যক বাৰ্ষিকীত মই প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰক অভিনন্দন জ্ঞাপন কৰিছো। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰত গৌৰৱান্বিত। এই ঐতিহাসিক কাৰ্যক্ৰমত, মই ভাৰতৰ ১.৩ কোটি লোকৰ অনুভূতি বেকত কৰিবলৈ এই গ্ল’ৱেল প্লেটফৰ্মলৈ আহিছো।ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে
September 26th, 06:40 pm
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ ‘সংস্কাৰ’ আৰু ‘প্ৰতিক্ৰিয়া প্ৰকাশৰ ধৰণ সলনি কৰা’ৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয়, “যদি আমি বিগত ৭৫ বছৰত ৰাষ্ট্ৰসংঘৰ পাৰদৰ্শিতাৰ এক বস্তুনিষ্ঠ মূল্যায়ন কৰো, আমি কেতবোৰ বৃহৎ সাফল্য দেখিবলৈ পাও৷ কিন্তু একে সময়তে এনে কেতবোৰ বিষয় আছে, যিবোৰ দিশত ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ এক গুৰুতৰ অন্তৰ্দৃষ্টিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো৷”প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ
August 15th, 02:45 pm
নেপালৰ প্ৰধানমন্ত্রী শ্রী কে পি শর্মা অ’লীয়ে আজি ভাৰতৰ প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷India firmly believes that path to achieve sustainable peace & prosperity is through multilateralism: PM
July 17th, 08:31 pm
PM Modi delivered a keynote address virtually at this year’s High-Level Segment of the United Nations ECOSOC session. In his remarks, the PM called for a reformed United Nations. He said, The United Nations was originally born from the furies of the Second World War. Today, the fury of the pandemic provides the context for its rebirth and reform.PM Modi's keynote address at United Nations Economic and Social Council session
July 17th, 08:30 pm
PM Modi delivered a keynote address virtually at this year’s High-Level Segment of the United Nations ECOSOC session. In his remarks, the PM called for a reformed United Nations. He said, The United Nations was originally born from the furies of the Second World War. Today, the fury of the pandemic provides the context for its rebirth and reform.Prime Minister to address High-Level Segment of ECOSOC on 17 July, 2020
July 16th, 11:36 am
PM Modi will deliver a keynote address virtually at this year’s High-Level Segment of the UN Economic and Social Council session on 17th July. This will be first opportunity for PM to address the broader UN membership since India’s overwhelming election as a non-permanent member of the Security Council on 17th June.UN’s listing of Masood Azhar as a global terrorist shows India’s efforts against terrorism: PM Modi
May 01st, 08:01 pm
Prime Minister Narendra Modi addressed a massive public meeting, his fourth today, in the Rajasthani capital Jaipur today. PM Modi said, “This ‘Chowkidar’(PM Modi) has worked tirelessly over the last five years to enhance India’s global position on the world stage and our efforts are clearly bearing fruits now.”PM Modi addresses public meeting in Rajasthan
May 01st, 08:00 pm
Prime Minister Narendra Modi addressed a massive public meeting, his fourth today, in the Rajasthani capital Jaipur today. PM Modi said, “This ‘Chowkidar’(PM Modi) has worked tirelessly over the last five years to enhance India’s global position on the world stage and our efforts are clearly bearing fruits now.”ডাভোচলৈ উৰা মৰাৰ আগতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিজ্ঞপ্তি
January 23rd, 05:02 pm
“মই ভাৰতৰ পৰম বন্ধু তথা বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাতা অধ্যাপক ক্লাউছ স্কোৱাবৰ আমন্ত্ৰণ লাভ কৰাৰে পৰা ডাভোচত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাবে আগ্ৰহেৰে বাট চাইছিলো। এই মঞ্চৰ বিষয়বস্তু “ছিন্ন-ভিন্ন বিশ্বৰ বাবে এক উমৈহতীয়া ভৱিষ্যত” অতি তাৎপৰ্যপূৰ্ণ আৰু প্ৰাসঙ্গিক।We must make efforts to ensure 21st century becomes India’s century: PM Narendra Modi in Philippines
November 13th, 07:34 pm
While addressing the Indian community in Manila, PM Modi today said, “Our efforts are aimed at transforming India and ensuring everything in our nation matches global standards.” In this context, the PM spoke about several initiatives being undertaken to transform lives of the common citizens.PM Modi addresses Indian Community in Manila, Philippines
November 13th, 04:36 pm
While addressing the Indian community in Manila, PM Modi today said, “Our efforts are aimed at transforming India and ensuring everything in our nation matches global standards.” In this context, the PM spoke about several initiatives being undertaken to transform lives of the common citizens.India-Myanmar Joint Statement issued on the occasion of the State Visit of Prime Minister of India to Myanmar
September 06th, 10:26 pm
At the invitation of H.E. U Htin Kyaw, President of the Republic of the Union of Myanmar, Shri Narendra Modi, Prime Minister of the Republic of India, is paying his first bilateral State visit to the Republic of the Union of Myanmar from 5th to 7th September 2017. The visit is part of the continuing high level interaction between the leaders of the two countries and follows successive State visits to India last year by H.E. President U Htin Kyaw and H.E. State Counsellor Daw Aung San Suu Kyi.