List of Outcomes: Prime Minister’s Visit to the UAE
May 15th, 03:46 pm
The state visit of PM Modi to the UAE resulted in the signing of several MoUs and agreements. These cover areas such as petroleum, oil, defence, ship repair, maritime cooperation and supercomputing. A major announcement included the Abu Dhabi Investment Authority (ADIA) and India’s NIIF exploring investments of up to US$ 1 billion in India’s infrastructure sector.ফলাফলৰ তালিকাঃ ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
January 19th, 08:23 pm
ভাৰতৰ গুজৰাট চৰকাৰ আৰু সংযুক্ত আৰব আমিৰাতৰ বিনিয়োগ মন্ত্ৰালয়ৰ মাজত ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চলৰ উন্নয়নৰ বাবে বিনিয়োগ সহযোগিতাৰ উদ্দেশ্য পত্ৰযুটীয়া বিবৃতিঃ ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
January 19th, 08:10 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০২৬-ৰ ১৯ জানুৱাৰীত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ভাৰত ভ্ৰমণ কৰে। যোৱা দহ বছৰৰ ভিতৰত এয়া মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ পঞ্চমটো ভাৰত ভ্ৰমণ আৰু ইউএই-ৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ তৃতীয়টো চৰকাৰী ভ্ৰমণ।ইউএই-ৰ উপ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে
December 12th, 08:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সংযুক্ত আৰৱ আমিৰী’ৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেখ আব্দুল্লাবিন জায়েদ আল নাহিয়ানক আদৰণি জনায়।Prime Minister’s meeting with the President of the United Arab Emirates
December 01st, 07:55 pm
Prime Minister Shri Narendra Modi met with His Highness Sheikh Mohamed bin Zayed Al Nahyan, President of the United Arab Emirates, on 1 December 2023, on the sidelines of COP-28 Summit in the UAE.