অসামৰিক সেৱাৰ পৰীক্ষা, ২০২৫ত সফলতা অৰ্জন কৰা পৰীক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
March 06th, 08:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসামৰিক সেৱাৰ পৰীক্ষা, ২০২৫ত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। নিষ্ঠা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে তেওঁলোকে এই উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে।PM’s concluding remarks at All Party Meeting on Jammu & Kashmir
August 12th, 05:10 pm
At an All Party Meeting on Kashmir, Prime Minister Narendra Modi stated that Central Government would take all steps to enhance development journey of Jammu and Kashmir and integrate the State’s youth with the economic mainstream. PM Modi said that prime reason for instability in the region was cross-border terrorism and India would always take necessary steps to combat the menace.