প্ৰধানমন্ত্ৰীয়ে ৯ খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ ঘোষণাক প্ৰশংসা কৰে
January 14th, 06:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন অমৃত ভাৰত ৰেলসমূহ সমগ্ৰ দেশতে যাত্ৰীসকলৰ আৰাম আৰু যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে।প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
January 07th, 07:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কবিন্দ্ৰ পুৰকায়স্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।বিহাৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
December 22nd, 03:33 pm
বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নিতীশ কুমাৰ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।শ্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
December 12th, 10:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক জনসেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী অভিজ্ঞ নেতা বুলি অভিহিত কৰে।PM reaffirms commitment to furthering research and innovation ecosystems for the benefit of India’s youth
June 19th, 01:57 pm
Prime Minister Shri Narendra Modi today welcomed the QS World University Rankings 2026 as a testament to India’s growing stature in global education and research. He reaffirmed the government’s commitment to furthering research and innovation ecosystems for the benefit of India’s youth.‘ৰাষ্ট্ৰীয় হালধি পৰিষদ’ স্থাপন কৰাটো অপৰিসীম আনন্দৰ বিষয়, বিশেষকৈ সমগ্ৰ ভাৰতৰ আমাৰ পৰিশ্ৰমী হালধি খেতিয়কসকলৰ বাবে: প্ৰধানমন্ত্ৰী
January 14th, 04:51 pm
‘ৰাষ্ট্ৰীয় হালধি পৰিষদ’ স্থাপনৰ পদক্ষেপক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ই হালধি উৎপাদনত উদ্ভাৱন, বিশ্বজোৰা প্ৰচাৰ আৰু মূল্য সংযোজনৰ বাবে উন্নত সুযোগ নিশ্চিত কৰিব।The Viksit Bharat Young Leaders Dialogue celebrates our Yuva Shakti, their dreams, skills and aspirations: PM
January 10th, 07:24 pm
Prime Minister Narendra Modi said that the Viksit Bharat Young Leaders Dialogue celebrates our Yuva Shakti, their dreams, skills and aspirations. Shri Modi also said that we are committed to ensuring that more and more of our young friends lead the reconstruction of the nation. 'Viksit Bharat Young Leaders Dialogue' is an important initiative related to this, for which the enthusiasm of the youth is worth seeing, Shri Modi further added.কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
December 19th, 09:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি খ্ৰীষ্টান সম্প্ৰদায়ৰ বিশিষ্ট সদস্যসকলৰ সৈতে মত বিনিময় কৰে।Union Minister Dharmendra Pradhan Slams Opposition-Ruled States for 'Betraying' Their Youth with Rising Unemployment
September 26th, 09:47 am
Union Minister Dharmendra Pradhan has strongly criticised the opposition-ruled states for their failure to address rising unemployment rates, particularly among the youth. Citing recent data from the Periodic Labour Force Survey (PLFS) covering the period from July 2023 to June 2024, Pradhan highlighted the glaring disparities in job creation in states led by opposition parties.Prime Minister lauds India's progress in electronics exports
August 05th, 03:30 pm
The Prime Minister, Shri Narendra Modi has expressed immense joy over India's progress in electronics exports. Electronics exports have reached among top 3 position globally. Shri Modi gave this credit to innovative Yuva Shakti. India remains committed to continuing this momentum in the times to come, the Prime Minister further added.Romba Nandri Chennai! Viksit Bharat Ambassador Chennai Meet Up A Huge Success
March 23rd, 01:00 pm
A 'Viksit Bharat Ambassador' Meet Up in Chennai was held on Friday, 22nd March 2024. The Viksit Bharat Ambassador or #VBA2024 meet-up, held at the prestigious YMCA Auditorium, brought together a perse audience of over 400 attendees, including professionals such as lawyers and engineers and enthusiastic students eager to contribute to the nation's growth.নতুন দিল্লীত পোংগল উৎসৱৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 12:00 pm
পোংগলৰ পৱিত্ৰ দিনটোত তামিলনাডুৰ প্ৰতিটো ঘৰৰ পৰা পোংগল ধাৰাৰ প্ৰবাহ হয়। একেদৰেই আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ সোঁত বৈ যোৱাটো মই কামনা কৰিলোঁ। কালি দেশত লোহৰী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছে। একাংশ লোকে আজি মকৰ সংক্ৰান্তি-উত্তৰায়ণ পালন কৰিছে, কোনোবাই হয়তো কাইলৈ উদযাপন কৰিব। মাঘ বিহুও সমাগত। এই সকলো উৎসৱৰ বাবে সকলো দেশবাসীক মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ।নতুন দিল্লীত পোংগাল উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
January 14th, 11:30 am
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে পোংগাল উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে তামিলনাডুৰ প্ৰতিখন ঘৰৰ পৰা নিৰ্গত হোৱা উৎসৱমুখৰ উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰিব পাৰি। শ্ৰী মোদীয়ে সকলো নাগৰিকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ ধাৰাটোৰ অবিৰত প্ৰবাহ কামনা কৰে। কালি অনুষ্ঠিত লহৰী, আজি মকৰ উত্তৰায়ন, কাইলৈ উদযাপন হ’বলগীয়া মকৰ সংক্ৰান্তি আৰু ইয়াৰ পাছতে মাঘ বিহুৰ আৰম্ভ হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে দেশত চলি থকা উৎসৱৰ সময়ছোৱাৰ বাবে সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।২০২৩-২৪ বৰ্ষত এতিয়ালৈকে সৰ্বাধিক সংখ্যক পেটেণ্টত অনুমোদন জনোৱাকলৈ সন্তুষ্টি প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
November 17th, 10:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩-২৪ বৰ্ষত এতিয়ালৈকে সৰ্বাধিক সংখ্যক পেটেণ্টত অনুমোদন জনোৱাকলৈ সন্তুষ্টি প্ৰকাশ কৰিছে৷প্ৰসিদ্ধ অৰ্থনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অধ্যাপক ৱাইকে আলাঘৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
December 06th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ অৰ্থনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অধ্যাপক ৱাইকে আলাঘৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।আইন মন্ত্ৰী আৰু সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনূদিত ৰূপ
October 15th, 12:42 pm
ষ্টেচু অৱ ইউনিটিৰ মহিমাৰ মাজতে দেশৰ আৰু সকলো ৰাজ্যৰ আইন মন্ত্ৰী আৰু সচিবসকলৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। আজি যেতিয়া দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, চৰ্দাৰ পেটেলে জনস্বাৰ্থৰ বাবে আগবঢ়োৱা ত্যাগে, অনুপ্ৰেৰণাই আমাক সঠিক দিশত লৈ যাব আৰু আমাক লক্ষ্যলৈ লৈ যাব।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ একতা নগৰত আইন মন্ত্ৰী আৰু আইন সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে
October 15th, 12:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে আইন মন্ত্ৰী আৰু আইন সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে।Centre extends Pradhan Mantri Garib Kalyan Ann Yojana (PMGKAY) for another three months (October 2022-December 2022)
September 28th, 04:06 pm
Union Cabinet has approved the extension for the Pradhan Mantri Garib Kalyan Anna Yojana (PMGKAY-Phase VII) for a further period of 3 months i.e. October to December 2022. Recognising that people have gone through a difficult period of pandemic, Govt has decided to extend PMGKAY for three months.২৪ জুনত টয়কাথন-২০২১ ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
June 22nd, 12:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টয়কাথন-২০২১ ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী যশোৱন্ত সিঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
September 27th, 01:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী যশোৱন্ত সিঙৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷