‘ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন’ৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ বাবে অনুষ্ঠিত উচ্চ পৰ্যায়ৰ সভাত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে

‘ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন’ৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ বাবে অনুষ্ঠিত উচ্চ পৰ্যায়ৰ সভাত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে

May 27th, 03:35 pm

‘ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন’(এনডিএইচএম)ৰ কাৰ্যক্ৰমনিকাৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ উদ্দেশ্যে অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ সভাত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।