কৰ্ণেল (অৱসৰপ্ৰাপ্ত) এইচ কে সুচদেৱাৰ পত্নী শ্ৰীমতী উমা সুচদেৱাক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 07th, 03:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী উমা সুচদেৱাক সাক্ষাৎ কৰে। ৯০ বছৰীয়া বৃদ্ধাগৰাকীয়ে তেওঁৰ স্বৰ্গীয় স্বামী কৰ্ণেল (অৱসৰপ্ৰাপ্ত) এইচ কে সুচদেৱাৰ দ্বাৰা ৰচিত ৩ খন গ্ৰন্থৰ প্ৰতিলিপি প্ৰধানমন্ত্ৰীক প্ৰদান কৰে।