আইচিচি ১৯ বছৰ অনূৰ্ধ্ব টি২০ বিশ্বকাপত জয়ী হোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
January 29th, 09:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইচিচি ১৯ বছৰ অনূৰ্ধ্ব টি২০ বিশ্বকাপত জয়ী হোৱাৰ বাবে ভাৰতীয় মহিলাৰ ক্ৰিকেট দলক অভিনন্দন জনায়৷১৯বছৰ অনুৰ্ধ বিশ্বকাপত খিতাপ জয় কৰা ভাৰতীয় যুৱ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 03rd, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯বছৰ অনুৰ্ধ বিশ্বকাপত খিতাপ জয় কৰা ভাৰতীয় যুৱ ক্ৰিকেটাৰসকলক অভিনন্দন জ্ঞাপন কৰিছে৷