সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।প্ৰধানমন্ত্ৰীৰ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী সম্বোধনৰ অসমীয়া অনুবাদ
June 21st, 06:31 am
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মোৰ যোগ আৰু ধ্যানৰ ভূমি কাশ্মীৰত উপস্থিত থকাৰ সৌভাগ্য হৈছে। কাশ্মীৰ আৰু শ্ৰীনগৰৰ পৰিবেশ, শক্তি, অভিজ্ঞতাই আমাক যোগৰপৰা অনুভূত শক্তি অনুভৱ কৰায়। যোগ দিৱসত দেশৰ সকলো ৰাইজৰ লগতে বিশ্বৰ প্ৰতিটো কোণত যোগাভ্যাস কৰা সকললৈ কাশ্মীৰ ভূমিৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৪ৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
June 21st, 06:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD) কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান আৰু যোগাসনত অংশগ্ৰহণ কৰে।ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলনৰ প্ৰথম বৈঠক
January 19th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰীত ভাৰ্চুৱেল পদ্ধতিৰে ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলনৰ প্ৰথমখন বৈঠকৰ শুভাৰম্ভ কৰিব। এই সন্মিলনত কাজাখস্তান, কিৰগিজ গণৰাজ্য, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিসকলেও অংশগ্ৰহণ কৰিব। ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ নেতৃবৃন্দৰ মাজত এইধৰণৰ বৈঠক এইখনেই প্ৰথম।Call on PM by Foreign Ministers of Central Asian countries
December 20th, 04:32 pm
The Foreign Ministers of Kazakhstan, Kyrgyz Republic, Tajikistan, Turkmenistan and Uzbekistan called on Prime Minister Narendra Modi. The Central Asian Foreign Ministers conveyed the greetings of their Presidents to Prime Minister Modi, and emphasized the readiness of their leadership to further strengthen relations with India.In Pictures: PM Modi's Visit to Central Asia
July 13th, 05:50 pm
PM Modi’s visit to Turkmenistan
July 11th, 10:40 pm
PM inaugurates Yoga Centre, unveils bust of Mahatma Gandhi in Ashgabat
July 11th, 05:40 pm
List of Agreements/ MOUs signed during the Visit of Prime Minister to Turkmenistan
July 11th, 04:18 pm
Text of PM’s Media Statement in Turkmenistan
July 11th, 03:20 pm
Joint Statement between Turkmenistan and India during the Prime Minister's visit to Turkmenistan
July 11th, 02:59 pm
A gift for the President of Turkmenistan
July 11th, 02:55 pm
PM to visit Uzbekistan, Kazakhstan, Turkmenistan, Kyrgyzstan and Tajikistan & Russia
July 04th, 06:54 pm