Barak Valley will become a major logistics and trade hub for the North East: PM Modi in Silchar, Assam
March 14th, 11:10 am
Launching multiple development projects worth ₹23,550 crore in Silchar, Assam, PM Modi said the projects will further empower Barak Valley as a logistics hub for the entire North East. He laid the foundation stone for the Shillong–Silchar High-Speed Corridor, noting it will boost local industry, agriculture and tourism. He cautioned that the hard-won era of peace and progress must be protected from regressive forces.PM Modi inaugurates and lays foundation stones for various development projects worth ₹23,550 crore in Silchar, Assam
March 14th, 10:45 am
Launching multiple development projects worth ₹23,550 crore in Silchar, Assam, PM Modi said the projects will further empower Barak Valley as a logistics hub for the entire North East. He laid the foundation stone for the Shillong–Silchar High-Speed Corridor, noting it will boost local industry, agriculture and tourism. He cautioned that the hard-won era of peace and progress must be protected from regressive forces.মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ ৰাজ্যিক দিৱস উপলক্ষে সংস্কৃতৰ সুভাষিতম শ্বেয়াৰ কৰি নিৰন্তৰ প্ৰচেষ্টা আৰু প্ৰগতিৰ মনোভাৱৰ ওপৰত আলোকপাত আৰু শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
January 21st, 09:28 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যসমূহৰ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 21st, 09:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।The greatest pride of my life is that I am a karyakarta of the Bharatiya Janata Party: PM Modi at BJP HQ
January 20th, 11:16 am
Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”PM Modi addresses BJP karyakartas at felicitation of New Party President
January 20th, 11:15 am
Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”Ending TMC’s Maha Jungle Raj and bringing BJP’s good governance is essential: PM Modi in Singur, West Bengal
January 18th, 03:35 pm
PM Modi addressed a massive public rally in Singur, Hooghly, where he said the overwhelming public enthusiasm reflected Bengal’s resolve for real poriborton and an end to 15 years of what he termed as Maha Jungle Raj. Calling upon the people to take a pledge for change, he led the crowd in the slogan, “Paltaano Dorkar… Chai BJP Shorkar.”PM Modi addresses a massive public rally in Singur, Hooghly, West Bengal
January 18th, 03:32 pm
PM Modi addressed a massive public rally in Singur, Hooghly, where he said the overwhelming public enthusiasm reflected Bengal’s resolve for real poriborton and an end to 15 years of what he termed as Maha Jungle Raj. Calling upon the people to take a pledge for change, he led the crowd in the slogan, “Paltaano Dorkar… Chai BJP Shorkar.”The cruel TMC government does not allow central schemes to reach West Bengal: PM Modi in Malda
January 17th, 03:00 pm
Prime Minister Narendra Modi today addressed a massive public rally in Malda, West Bengal, highlighting the pivotal role of Eastern India in shaping a Viksit Bharat by 2047. He underscored that Eastern India was long shackled by those who thrived on pisive politics, whereas the BJP has freed the region from such constraints.PM Modi draws huge crowd at Malda Rally in West Bengal
January 17th, 02:34 pm
Prime Minister Narendra Modi today addressed a massive public rally in Malda, West Bengal, highlighting the pivotal role of Eastern India in shaping a Viksit Bharat by 2047. He underscored that Eastern India was long shackled by those who thrived on pisive politics, whereas the BJP has freed the region from such constraints.শ্ৰী বিশ্ববন্ধু সেন জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
December 26th, 11:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্ববন্ধু সেন জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ত্ৰিপুৰাৰ প্ৰগতি আৰু অসংখ্য সামাজিক কাৰ্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধিৰ বাবে তেওঁ কৰা প্ৰচেষ্টাৰ বাবে তেওঁক স্মৰণ কৰা হ'ব।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ
October 15th, 05:01 pm
আজি নতুন দিল্লীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ ৰাজ্যপালৰ
October 10th, 06:08 pm
আজি নতুন দিল্লীত ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডী নলুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ত্ৰিপুৰাৰ উদয়পুৰৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ
September 22nd, 09:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ উদয়পুৰৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত প্ৰাৰ্থনা কৰে। শ্ৰী মোদীয়ে কয় যে মোৰ প্ৰিয় ভাৰতবাসীৰ মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।২২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 21st, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। তেওঁ ইটানগৰত ৫১০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰ জীৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 19th, 01:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰ জীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ত্ৰিপুৰাত উন্নয়নমূলক পদক্ষেপত তেওঁৰ দৃষ্টান্তমূলক প্ৰচেষ্টাৰ বাবে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰ জীক প্ৰশংসা কৰা হয়। ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁৰ অনুৰাগ, দৰিদ্ৰ লোকসকলক সবলীকৰণৰ বাবে অংগীকাৰ আৰু সামাজিক উন্নয়নৰ প্ৰতি নিষ্ঠাই আমাক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে, শ্ৰী মোদীয়ে লগতে কয়।কেবিনেটে অসম আৰু ত্ৰিপুৰালৈ মুঠ ৪,২৫০ কোটি টকা ব্যয় সাপেক্ষে বিশেষ উন্নয়ন পেকেজৰ (SDP) বৰ্তমানৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত চাৰি নতুন উপাংশত অনুমোদন জনায়
August 08th, 04:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসম আৰু ত্ৰিপুৰালৈ মুঠ ৪,২৫০ কোটি টকা ব্যয় সাপেক্ষে বিশেষ উন্নয়ন পেকেজৰ (SDP) বৰ্তমানৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত চাৰি নতুন উপাংশত অনুমোদন জনায়।ওড়িশাৰ ৰাজ্য চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে্য অনুষ্ঠিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 20th, 04:16 pm
ওড়িশাৰ ৰাজ্যপাল হৰি বাবু ডাঙৰীয়া , আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি ডাঙৰীয়া , কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱাল ওৰাম ডাঙৰীয়া , ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া , অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কনক বৰ্ধন সিং দেৱ ডাঙৰীয়া, প্ৰৱতী পৰিদা ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ওড়িশাৰ মোৰ সকলো ভাই-ভনী!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে
June 20th, 04:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুৱনেশ্বৰত ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে। ওড়িশাৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে খোৱাপানী, জলসিঞ্চন, কৃষি আন্তঃগাঁথনি, স্বাস্থ্য আন্তঃগাঁথনি, গ্ৰাম্য পথ আৰু দলং, ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ, আৰু নতুন ৰে'লপথকে ধৰি জটিল খণ্ডসমূহ সামৰি ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ
February 15th, 03:57 pm
আজি নতুন দিল্লীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড°) মাণিক সাহাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে X ত পোষ্ট কৰে, “ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী @DrManikSaha2 এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।@ত্ৰিপুৰা_cmo”