Let’s take a pledge together — Bihar will stay away from Jungle Raj! Once again – NDA Government: PM Modi in Chhapra
October 30th, 11:15 am
In his public rally at Chhapra, Bihar, PM Modi launched a sharp attack on the INDI alliance, stating that the RJD-Congress bloc, driven by vote-bank appeasement and opposed to faith and development, can never respect the beliefs of the people. Highlighting women empowerment, he said NDA initiatives like Drone Didis, Bank Sakhis, Lakhpati Didis have strengthened women across Bihar and this support will be expanded when NDA returns to power.PM Modi’s grand rallies electrify Muzaffarpur and Chhapra, Bihar
October 30th, 11:00 am
PM Modi addressed two massive public meetings in Muzaffarpur and Chhapra, Bihar. Beginning his first rally, he noted that this was his first public meeting after the Chhath Mahaparv. He said that Chhath is the pride of Bihar and of the entire nation—a festival celebrated not just across India, but around the world. PM Modi also announced a campaign to promote Chhath songs nationwide, stating, “The public will choose the best tracks, and their creators will be awarded - helping preserve and celebrate the tradition of Chhath.”ত্ৰিনিদাদ আৰু ট’বেগোৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ যুটীয়া বিবৃতি
July 05th, 09:02 am
২৬ বছৰৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো ঐতিহাসিক দ্বিপাক্ষিক ভ্ৰমণ। এই ভ্ৰমণ গভীৰ তাৎপৰ্য্যপূৰ্ণ আছিল, কিয়নো ই ১৮৪৫ চনত ত্ৰিনিদাদ আৰু ট’বেগোলৈ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ আগমনৰ ১৮০ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বৰ মূল আধাৰ।PM Modi holds official talks with the Prime Minister of Trinidad & Tobago
July 04th, 11:51 pm
At the historic Red House in Port of Spain, PM Modi held official talks with Trinidad & Tobago PM Kamla Persad-Bissessar. The leaders discussed collaboration in agriculture, healthcare, digital tech, culture, and people-to-people ties. They also exchanged views on global issues like climate change, disaster response, and cyber security, calling for deeper cooperation.List of Outcomes: Prime Minister's State Visit to Trinidad & Tobago
July 04th, 11:41 pm
PM Modi and Trinidad & Tobago PM Kamla witnessed exchange of MoUs and agreements. Key MoUs / agreements were signed in areas like Indian Pharmacopoeia,Indian Grant Assistance, Cultural Exchanges, Sports, Diplomatic Training and Indian studies. PM Modi announced the extension of OCI card facility upto 6th generation of Indian Diaspora members in Trinidad and Tobago.Prime Minister meets with the President of Trinidad and Tobago
July 04th, 11:37 pm
PM Modi met Trinidad & Tobago President Kangaloo and the two leaders reflected on the enduring bonds shared by the two countries, anchored by strong people-to-people ties. PM Modi conveyed his sincere gratitude for the conferment of the ‘Order of the Republic of Trinidad and Tobago’—describing it as an honour for the 1.4 billion people of India.ত্ৰিনিদাদ আৰু ট’বেগোৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 04th, 09:30 pm
এখন গৌৰৱপূৰ্ণ গণতন্ত্ৰ আৰু এখন বন্ধুত্বপূৰ্ণ দেশৰ নিৰ্বাচিত প্ৰতিনিধি, আপোনালোকৰ সন্মুখত থিয় দি মই নিজকে অতি সন্মানিত অনুভৱ কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোৰ সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰে
July 04th, 09:00 pm
চিনেটৰ অধ্যক্ষ মহামহিম ৱেড মাৰ্ক আৰু সদনৰ অধ্যক্ষ মহামহিম জগদেও সিঙৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোৰ [T&T] সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰে। ইয়াৰ জৰিয়তে তেখেত দেশখনৰ সংসদত ভাষণ প্ৰদান কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় আৰু এই কাৰ্য্য ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ দ্বিপাক্ষিক সম্পৰ্কত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।PM Modi conferred with highest national award, the ‘Order of the Republic of Trinidad & Tobago
July 04th, 08:20 pm
PM Modi was conferred Trinidad & Tobago’s highest national honour — The Order of the Republic of Trinidad & Tobago — at a special ceremony in Port of Spain. He dedicated the award to the 1.4 billion Indians and the historic bonds of friendship between the two nations, rooted in shared heritage. PM Modi also reaffirmed his commitment to strengthening bilateral ties.প্ৰধানমন্ত্ৰীয়ে ত্ৰিনিদাদ আৰু টোবাগোৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰে আয়োজন কৰা পৰম্পৰাগত নৈশ ভোজত ভাগ লয়
July 04th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰে আয়োজন কৰা পৰম্পৰাগত নৈশ ভোজত ভাগ লয়। ইয়াত প্ৰধানমন্ত্ৰীগৰাকীক সোহাৰী পাতত খাদ্য গ্ৰহণ কৰিবলৈ দিয়া কাৰ্য্যই ত্ৰিনিদাদ আৰু টোবাগোৰ জনসাধাৰণৰ বাবে বিশেষকৈ ইয়াৰ ভাৰতীয় মূলৰ জনসাধাৰণৰ বাবে গভীৰ সাংস্কৃতিক তাৎপৰ্য্য বহন কৰিছে।প’ৰ্ট অৱ স্পেইনত ত্ৰিনিদাদৰ গায়ক ৰাণা মোহিপৰে মিলিত প্ৰধানমন্ত্ৰী
July 04th, 09:42 am
প’ৰ্ট অৱ স্পেইনত অনুষ্ঠিত নৈশ ভোজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবছৰমান পূৰ্বে মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী উদযাপনৰ সময়ত ‘বৈষ্ণৱ জন তো’ শীৰ্ষক ভজনটো গোৱা ত্ৰিনিদাদৰ গায়ক ৰাণা মোহিপৰে মিলিত হয়।প্ৰধানমন্ত্ৰীয়ে প’ৰ্ট অৱ স্পেইনত ভোজপুৰী চৌতাল প্ৰদৰ্শন কাৰ্য্যৰ শলাগ লয়
July 04th, 09:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প’ৰ্ট অৱ স্পেইনত ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ মাজৰ চিৰস্থায়ী সাংস্কৃতিক বন্ধনত আলোকপাতেৰে স্পন্দনশীল ভোজপুৰী চৌতাল প্ৰদৰ্শন কাৰ্য্যৰ শলাগ লয়।ত্ৰিনিদাদ আৰু টোবাগোত ভাৰতক জানক (Know India) কুইজৰ বিজয়ীসকলৰে মিলিত প্ৰধানমন্ত্ৰী
July 04th, 09:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ত্ৰিনিদাদ আৰু টোবাগোত ভাৰতক জানক (Know India) কুইজৰ বিজয়ী যুৱক শংকৰ ৰামজত্তন, নিকোলাছ মাৰাজ আৰু ভিন্স মাহাতোৰ সৈতে মিলিত হয়।প্ৰধানমন্ত্ৰীয়ে ত্রিনিদাদ আৰু টোবাগোৰ প্ৰধানমন্ত্ৰীক ৰাম মন্দিৰৰ প্ৰতিকৃতি আৰু পবিত্ৰ জল উপহাৰ দিয়ে
July 04th, 08:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতলৈ সন্মানাৰ্থে আয়োজিত নৈশ ভোজত প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ-বিছেছৰক অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰতিকৃতি উপহাৰ দিয়ে। তেখেতে সৰজু নদী আৰু প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ পবিত্ৰ জলো প্ৰদান কৰে।ত্ৰিনিদাদ আৰু টোবাগোৰ ভাৰতীয় সমাজক প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
July 04th, 05:56 am
আজি সন্ধিয়াটো আপোনালোক সকলোৰে সৈতে কটাবলৈ পোৱাটো মোৰ বাবে অসীম গৌৰৱ আৰু আনন্দৰ কথা। প্ৰধানমন্ত্ৰী কমলা ডাঙৰীয়াণীক তেওঁৰ উষ্ম আতিথ্য আৰু সৌহাৰ্দ্যপূৰ্ণ কথা-বতৰাৰ বাবে ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোত সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
July 04th, 04:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোত প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই অনুষ্ঠানত ত্ৰিনিদাদ আৰু টোবাগো গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰ, তেওঁৰ কেবিনেটৰ সদস্যসকল, সংসদৰ সদস্য আৰু আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াত প্ৰধানমন্ত্ৰীগৰাকীক প্ৰবাসীসকলে ব্যতিক্ৰমীভাৱে আদৰণি জনোৱাৰ লগতে ভাৰত-ত্ৰিনিদাদৰ বৰ্ণিল পৰম্পৰা প্ৰদৰ্শন কৰে।ত্ৰিনিদাদ আৰু টোবাগ'ৰ ৰাজ্যিক ভ্ৰমণৰ বাবে পৰ্ট অৱ স্পেইনত উপস্থিত প্ৰধানমন্ত্ৰী
July 04th, 02:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ত্ৰিনিদাদ আৰু টোবাগ’ গণৰাজ্যৰ পৰ্ট অৱ স্পেইনত ৰাজ্যিক ভ্ৰমণৰ বাবে উপস্থিত হয়। প্ৰধানমন্ত্ৰীয়ে ৩-৪ জুলাই তাৰিখে দেশখন ভ্ৰমণ কৰিব। ১৯৯৯ৰ পাছত প্ৰথমবাৰলৈ কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ত্ৰিনিদাদ আৰু টোবাগ’লৈ দ্বিপাক্ষিক ভ্ৰমণ কৰিছে।ঘানা, ত্ৰিনিদাদ আৰু টোবাগো, আৰ্জেন্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
July 02nd, 07:34 am
মই ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাৰ নিমন্ত্ৰণমৰ্মে ২-৩ জুলাইত ঘানা ভ্ৰমণ কৰিম। ঘানা হৈছে গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দেশখনে আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ অৰ্থনৈতিক সমাজত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ ঐতিহাসিক সম্পৰ্কক অধিক গভীৰ কৰি তোলা আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা, সামৰ্থ্য গঠন তথা উন্নয়ন অংশীদাৰিত্বকে প্ৰমুখ্য কৰি সহযোগিতাৰ নতুন পথ মুকলিৰ লক্ষ্যৰে আলোচনাৰ বাবে মই আগ্ৰহী হৈ উঠিছোঁ। ঘানাৰ সংসদত ভাষণ প্ৰদান কাৰ্য্য সন্মানৰ কথা হ’ব।প্ৰধানমন্ত্ৰীৰ ঘানা, ট্ৰিনিদাদ আৰু ট'বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল তথা নামিবিয়া ভ্ৰমণ (২ৰ পৰা ৯জুলাইলৈ)
June 27th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০২-০৩ জুলাইত ঘানা ভ্ৰমণ কৰিব।এয়া হ’ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘানালৈ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব আৰু দুয়ো খন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ে পৰ্যালোচনা কৰিব । বৈঠকত অৰ্থনৈতিক, শক্তি, আৰু প্ৰতিৰক্ষা সহযোগিতা, আৰু উন্নয়ন সহযোগিতা অংশীদাৰিত্বৰ জৰিয়তে দুয়ো খন দেশৰ সম্পৰ্কক অধিক উল্লত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ লগতে ইকোৱাছ [পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়] আৰু আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিব।ত্ৰিনিদাদ আৰু টোবাগোত নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰীমতী কমলা পাৰছাদ-বিছেছৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
April 29th, 03:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰীমতী কমলা পাৰসাদ-বিসেছাৰক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ভাৰত তথা ত্ৰিনিদাদ আৰু টোবাগোৰ মাজত ঐতিহাসিকভাৱে ঘনিষ্ঠ আৰু পাৰিবাৰিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।