তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দে বেডমিণ্টন ডাবলছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে গৌৰৱান্বিত প্ৰধানমন্ত্ৰী মোডী

তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দে বেডমিণ্টন ডাবলছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে গৌৰৱান্বিত প্ৰধানমন্ত্ৰী মোডী

August 08th, 08:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত বেডমিণ্টন ডাবলছত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দক অভিনন্দন জ্ঞাপন কৰে।