ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 23rd, 11:00 am

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে

May 23rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক ​​প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।

১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 21st, 11:30 am

অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

April 21st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।

This is the golden period of India: PM Modi in Ahmedabad, Gujarat

September 16th, 04:30 pm

PM Modi inaugurated and laid the foundation stone for multiple development projects of railways, road, power, housing and finance sectors worth more than Rs 8,000 crore in Ahmedabad, Gujarat. The PM also inaugurated Namo Bharat Rapid Rail between Ahmedabad and Bhuj. PM Modi said that it will prove to be a new milestone in India’s urban connectivity. He said that he dedicated the first 100 days towards formulating policies and taking decisions towards public welfare and national interest.

গুজৰাটৰ আহমেদাবাদত ৮,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 16th, 04:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৮,০০০ কোটি টকাৰো অধিক মূল্যৰ ৰে'ল, পথ, বিদ্যুৎ, গৃহ আৰু বিত্তীয় খণ্ডৰ এলানি উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। দিনটোৰ আৰম্ভণিতে শ্ৰী মোদীয়ে আহমেদাবাদ আৰু ভুজৰ মাজত ভাৰতৰ প্ৰথমখন ‘নমো ভাৰত দ্ৰুত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। তেওঁ লগতে নাগপুৰৰ পৰা চেকেন্দ্ৰাবাদ, কোলহাপুৰৰ পৰা পুনে, আগ্ৰা কেণ্টৰ পৰা বেনাৰস, দূৰ্গৰ পৰা বিশাখাপত্তনম, পুনেৰ পৰা হুবলি, আৰু বাৰাণসীৰ পৰা দিল্লী পথত চলিব লগা কেইবাখনো প্ৰথম ‘২০-কোচ্চ বন্দে ভাৰত ৰে'ল’ৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ উপৰিও তেওঁ ‘আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ’ৰ ‘ছিংগল উইণ্ডো আইটি প্ৰণালী’ (এছডব্লিউআইটিএছ) মুকলি কৰে।

Government has worked on the strategy of recognition, resolution, and recapitalization: PM Modi

April 01st, 11:30 am

PM Modi addressed the opening ceremony of RBI@90, a program marking 90 years of the Reserve Bank of India, in Mumbai, Maharashtra. The next decade is extremely important for the resolutions of a Viksit Bharat”, PM Modi said, highlighting the RBI’s priority towards fast-paced growth and focus on trust and stability. Speaking on the comprehensive nature of reforms, the Prime Minister stated that the government worked on the strategy of recognition, resolution and recapitalization.

PM addresses RBI@90 opening ceremony

April 01st, 11:00 am

PM Modi addressed the opening ceremony of RBI@90, a program marking 90 years of the Reserve Bank of India, in Mumbai, Maharashtra. The next decade is extremely important for the resolutions of a Viksit Bharat”, PM Modi said, highlighting the RBI’s priority towards fast-paced growth and focus on trust and stability. Speaking on the comprehensive nature of reforms, the Prime Minister stated that the government worked on the strategy of recognition, resolution and recapitalization.

India is poised to continue its trajectory of success: PM Modi

November 17th, 08:44 pm

Speaking at the BJP's Diwali Milan event at the party's headquarters in New Delhi, Prime Minister Narendra Modi reiterated his commitment to transform India into a 'Viksit Bharat,' emphasizing that these are not merely words but a ground reality. He also noted that the 'vocal for local' initiative has garnered significant support from the people.

PM Modi addresses Diwali Milan programme at BJP HQ, New Delhi

November 17th, 04:42 pm

Speaking at the BJP's Diwali Milan event at the party's headquarters in New Delhi, Prime Minister Narendra Modi reiterated his commitment to transform India into a 'Viksit Bharat,' emphasizing that these are not merely words but a ground reality. He also noted that the 'vocal for local' initiative has garnered significant support from the people.

ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

April 26th, 08:01 pm

অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।

নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ

April 26th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।

এতিয়া টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহ অৰ্থনৈতিক ক্ৰিয়াকলাপৰ কেন্দ্ৰ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী মোদী

September 20th, 08:46 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।

গুজৰাটত কাউন্সিল অৱ মেয়ৰ আৰু বিজেপিৰ ডেপুটি মেয়ৰক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

September 20th, 10:30 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।

জুলাইত ৬ বিলিয়ন ইউপিআই লেনদেনৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে

August 02nd, 10:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ পৰা জুলাইত সৰ্বাধিক ৬ বিলিয়ন ইউপিআই লেনদেনৰ অসাধাৰণ সাফল্যৰ বাবে প্ৰশংসা কৰে৷

দেওঘৰ বিমান বন্দৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণ পাঠ

July 12th, 12:46 pm

বাবা ধামলৈ অহাৰ পিছত সকলোৰে মন প্ৰসন্ন হৈ পৰে। আজি আমি সকলোৱে দেওঘৰৰ পৰা ঝাৰখণ্ডৰ উন্নয়নত গতি প্ৰদান কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। বাবা বৈদ্যনাথৰ আশীৰ্বাদত আজি ১৬,০০০ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে নাইবা আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পবোৰে ঝাৰখণ্ডৰ আধুনিক সংযোগ, শক্তি, স্বাস্থ্য, বিশ্বাস আৰু পৰ্যটনক যথেষ্ট গতি প্ৰদান কৰিব। আমি দীৰ্ঘদিন ধৰি দেওঘৰ বিমান বন্দৰ আৰু দেওঘৰ এইমছৰ সপোন দেখিছিলোঁ। এই সপোনো এতিয়া বাস্তৱায়িত হৈছে।

PM inaugurates and lays foundation stone of various development projects worth more than Rs 16,800 crores in Deoghar

July 12th, 12:45 pm

PM Modi addressed closing ceremony of the Centenary celebrations of the Bihar Legislative Assembly in Patna. Recalling the glorious history of the Bihar Assembly, the Prime Minister said big and bold decisions have been taken in the Vidhan Sabha building here one after the other.

Our policy-making is based on the pulse of the people: PM Modi

July 08th, 06:31 pm

PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.

PM Modi addresses the first "Arun Jaitley Memorial Lecture" in New Delhi

July 08th, 06:30 pm

PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.

প্ৰধানমন্ত্ৰীয়ে ১৬ আৰু ১৭ জুনত ধৰ্মশালাত মুখ্য সচিবৰ প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলনৰ অধ্যক্ষতা কৰিব

June 14th, 08:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ১৬ আৰু ১৭ জুনত হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ এইচপিচিএ ষ্টেডিয়ামত মুখ্য সচিবসকলৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিত্ব কৰিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব।