Cabinet approves upgradation of National Highway-56 sections in Gujarat at Rs.4583.64 Crore
February 14th, 01:02 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the project for the construction of 4-lane sections in Gujarat with a total project length of 107.67 km, costing Rs. 4583.64 crore. The project will improve connectivity to tribal areas, thereby supporting economic growth and development of the region. It will also enhance connectivity to the Statue of Unity.‘মিচন ম’ডত পৰ্যটনৰ বিকাশ’ শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 03rd, 10:21 am
এই ৱেবিনাৰত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তিলৈ স্বাগতম জনাইছো। আজিৰ নতুন ভাৰত নতুন কৰ্ম-সংস্কৃতিৰে আগবাঢ়িছে। এইবাৰো বাজেটখনে যথেষ্ট সঁহাৰি লাভ কৰিছে, দেশবাসীয়ে ইয়াক অতি ইতিবাচকভাৱে লৈছে। পুৰণি কৰ্ম সংস্কৃতি থাকিলে এনে বাজেট ৱেবিনাৰৰ কথা কোনেও নাভাবিলেহেঁতেন। কিন্তু আজি আমাৰ চৰকাৰে বাজেটৰ আগত আৰু পিছত প্ৰতিজন অংশীদাৰৰ সৈতে বিতংভাৱে আলোচনা কৰে, তেওঁলোকক লগত লৈ যাবলৈ চেষ্টা কৰে। বাজেটৰ সৰ্বোচ্চ ফলাফল কেনেকৈ পাব, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাজেট কেনেকৈ কাৰ্যকৰী কৰিব লাগে, এই ৱেবিনাৰে বাজেটত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰে। আপোনালোকেও জানে যে চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰা মোৰ ২০ বছৰতকৈও অধিক অভিজ্ঞতা আছে। এই অভিজ্ঞতাৰ এটা দিশ হ’ল যেতিয়া সকলো অংশীদাৰেই কোনো নীতিগত সিদ্ধান্তৰ সৈতে জড়িত হয়, তেতিয়া আকাংক্ষিত ফলাফলো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে আহে। আমি দেখিছোঁ যে যোৱা কেইদিনমানত অনুষ্ঠিত ৱেবিনাৰ সমূহত আমাৰ লগত সহস্ৰাধিক লোকে যোগদান কৰিছিল। গোটেই দিনটোত সকলোৱে অতি গভীৰভাৱে মগজুৰ খটুৱাই থাকিল আৰু মই ক’ব পাৰো যে ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আহিছিল আৰু আহিছিল। বাজেটত যিটো গুৰুত্ব দিয়া হৈছে আৰু তাৰ পৰা বহুত ভাল পৰামৰ্শ ওলাই আহিল যে কেনেকৈ আগবাঢ়িব লাগে। এতিয়া আজি আমি দেশৰ পৰ্যটন খণ্ডৰ সজীৱতাৰ বাবে এই বাজেট ৱেবিনাৰখন কৰি আছো।প্ৰধানমন্ত্ৰীয়ে 'মিছন মোডত পৰ্যটনৰ বিকাশ' সন্দৰ্ভত পোষ্ট- বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে
March 03rd, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মিছন মোডত পৰ্যটনৰ বিকাশ' বিষয়ত পোষ্ট বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২ টা বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ শৃংখলাৰ ভিতৰত ই সপ্তমটো শৃংখলা।PM to visit Varanasi and inaugurate Shri Kashi Vishwanath Dham on 13 December
December 12th, 03:49 pm
Prime Minister Narendra Modi will visit Varanasi on 13-14 December. At around 1 PM on 13 December, Prime Minister will visit Shri Kashi Vishwanath Temple and offer prayers, after which he will inaugurate phase 1 of Shri Kashi Vishwanath Dham.For us, essence of history and faith is Sabka Saath, Sabka Vikas, Sabka Vishwas and Sabka Prayas: PM Modi
August 20th, 11:01 am
PM Modi inaugurated and laid the foundation stone of multiple projects in Somnath, Gujarat. Reflecting on the history of the revered temple, the PM recalled the repeated destruction of the temple and how the temple rose after every attack. It is a symbol of the belief that truth can’t be defeated by falsehood and faith can’t be crushed by terror, said the PM.সোমনাথত বহুমুখী প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 20th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ সোমনাথত এলানি বহুমুখী প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে আন একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উদ্বোধন কৰা প্ৰকল্পসমূহৰ মাজত আছে ‘সোমনাথ পৰ্যটন চক্ৰ’, ‘সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰ’ আৰু ‘পুৰণি(জুনা)সোমনাথৰ চৌহদ’ৰ পুনৰ্নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে একেটা অনুষ্ঠানতে পাৰবতী মন্দিৰৰ আধাৰশিলাও স্থাপন কৰে। অনুষ্ঠানত শ্ৰী লালকৃষ্ণ আদৱানী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, গুজৰাটৰ মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ লগতে অন্যান্যসকল উপস্থিত থাকে।প্ৰধানমন্ত্ৰীয়ে ২০ আগষ্টত সোমনাথত একাধিক পৰিকল্পনাৰ উদ্ঘাটন আৰু শিলান্যাস কৰিব
August 18th, 05:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ আগষ্টত পুৱা ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গুজৰাটৰ সোমনাথত একাধিক পৰিকল্পনা উদ্ঘাটন আৰু শিলান্যাস কৰিব। যিবিলাক পৰিকল্পনা উদ্ঘাটন কৰা হ'ব তাৰ ভিতৰত সোমনাথ ভ্ৰমণ স্থলী, সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰ আৰু পুৰণি (জুনা) সোমনাথৰ পুনৰ্নিৰ্মিত মন্দিৰ পৰিসৰ অন্তৰ্ভুক্ত আছে। এই সময়ত প্ৰধানমন্ত্ৰীয়ে শ্ৰী পাৰ্বতী মন্দিৰৰ আধাৰশিলাও স্থাপন কৰিব।