প্ৰধানমন্ত্ৰী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰে মত-বিনিময় কৰে
June 16th, 02:17 am
, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে আজি লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।চাইপ্ৰাছত অনুষ্ঠিত ভাৰত-চাইপ্ৰাছ বিজনেছ ৰাউণ্ডটেবুল মিটিঙত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
June 15th, 11:10 pm
প্ৰথমে ৰাষ্ট্ৰপতি মহোদয়লৈ আজি মোক বিমানবন্দৰত নিজে আদৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ইমান ডাঙৰ ৰাউণ্ড টেবুল আয়োজনৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা জনালোঁ। লগতে মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক চিন্তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।Urban areas are our growth centres, we will have to make urban bodies growth centres of economy: PM Modi in Gandhinagar
May 27th, 11:30 am
PM Modi addressed the celebrations of 20 years of Gujarat Urban Growth Story. Highlighting India’s deep-rooted cultural values, emphasizing the philosophy of Vasudhaiva Kutumbakam, the PM stated that India has upheld this tradition for centuries. He expressed happiness over Gujarat Government’s commitment to urban development and stated that India remains dedicated to the welfare of its citizens.গুজৰাটৰ নগৰ বিকাশৰ কাহিনীৰ ২০ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 27th, 11:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত গুজৰাট নগৰীয়া বিকাশৰ ২০ বছৰ উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে তেওঁ ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নগৰ উন্নয়ন বৰ্ষ ২০২৫ৰ শুভাৰম্ভ কৰে। সমাবেশত সম্বোধন কৰি তেওঁ কয় যে যোৱা দুদিন ধৰি বদোদৰা, দাহোদ, ভুজ, আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণৰ সময়ত তেওঁ অপাৰেচন সিন্দূৰৰ সফলতাৰ অনুনাদ আৰু উৰি থকা ত্ৰিৰংগাৰ জৰিয়তে দেশপ্ৰেমৰ উচ্ছ্বাস অনুভৱ কৰি আহিছে। এয়া দৃষ্টিনন্দন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই অনুভূতি কেৱল গুজৰাটতে নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিটো কোণত আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে সন্ত্ৰাসবাদৰ কণ্টক আঁতৰাবলৈ মনস্থ কৰাৰ লগতে ইয়াক সম্পূৰ্ণ দৃঢ় বিশ্বাসৰে সম্পন্ন কৰিছিল।Politics is about winning people's hearts, says PM Modi in podcast with Nikhil Kamath
January 10th, 02:15 pm
Prime Minister Narendra Modi engages in a deep and insightful conversation with entrepreneur and investor Nikhil Kamath. In this discussion, they explore India's remarkable growth journey, PM Modi's personal life story, the challenges he has faced, his successes and the crucial role of youth in shaping the future of politics.PM Modi, in his first podcast, interacts with entrepreneur Nikhil Kamath
January 10th, 02:00 pm
Prime Minister Narendra Modi engages in a deep and insightful conversation with entrepreneur and investor Nikhil Kamath. In this discussion, they explore India's remarkable growth journey, PM Modi's personal life story, the challenges he has faced, his successes and the crucial role of youth in shaping the future of politics.Your vote on Lotus button on 26th April will strengthen the ongoing movement against corruption: PM in Attingal
April 15th, 11:35 am
In his second rally at Attingal, PM Modi said, The BJP has announced in its Sankalp Patra that we will connect global tourists with our heritage and confer World Heritage status on our heritage. There is a great possibility of this happening in Kerala. The BJP's plan is the overall development of major tourist destinations. The BJP will also establish new centers for eco-tourism in Kerala. This will greatly benefit our tribal families by creating opportunities for them. The BJP government will also provide financial help to women for homestays.”PM Modi addresses enthusiastic crowds at public meetings in Alathur and Attingal, Kerala
April 15th, 11:00 am
Ahead of the Lok Sabha Elections, 2024, PM Modi was garnered with love and admiration at public rallies in Alathur & Attingal, Kerala. The PM extended his best wishes on the occasion of Vishu and presented his transparent vision of Kerala to the audience. PM Modi offered a glimpse of BJP's Sankalp Patra, pledging advancement and prosperity to every corner of the nation.শীৰ্ষ পৰ্যটন স্থলী হিচাপে উত্তৰ-পূবৰ উত্থানত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
April 04th, 10:12 am
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে এক টুইটযোগে এইবুলি উল্লেখ কৰিছিল যে ২০২২ বৰ্ষত ১১.৮ নিযুতৰো অধিক দেশীয় পৰ্যটক আৰু ১,০০,০০০ তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰে উত্তৰ-পূবত অভিলেখসংখ্যক পৰ্যটক দেখা পোৱা গৈছে। এই টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এইবুলি টুইট কৰে;‘মিচন ম’ডত পৰ্যটনৰ বিকাশ’ শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 03rd, 10:21 am
এই ৱেবিনাৰত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তিলৈ স্বাগতম জনাইছো। আজিৰ নতুন ভাৰত নতুন কৰ্ম-সংস্কৃতিৰে আগবাঢ়িছে। এইবাৰো বাজেটখনে যথেষ্ট সঁহাৰি লাভ কৰিছে, দেশবাসীয়ে ইয়াক অতি ইতিবাচকভাৱে লৈছে। পুৰণি কৰ্ম সংস্কৃতি থাকিলে এনে বাজেট ৱেবিনাৰৰ কথা কোনেও নাভাবিলেহেঁতেন। কিন্তু আজি আমাৰ চৰকাৰে বাজেটৰ আগত আৰু পিছত প্ৰতিজন অংশীদাৰৰ সৈতে বিতংভাৱে আলোচনা কৰে, তেওঁলোকক লগত লৈ যাবলৈ চেষ্টা কৰে। বাজেটৰ সৰ্বোচ্চ ফলাফল কেনেকৈ পাব, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাজেট কেনেকৈ কাৰ্যকৰী কৰিব লাগে, এই ৱেবিনাৰে বাজেটত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰে। আপোনালোকেও জানে যে চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰা মোৰ ২০ বছৰতকৈও অধিক অভিজ্ঞতা আছে। এই অভিজ্ঞতাৰ এটা দিশ হ’ল যেতিয়া সকলো অংশীদাৰেই কোনো নীতিগত সিদ্ধান্তৰ সৈতে জড়িত হয়, তেতিয়া আকাংক্ষিত ফলাফলো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে আহে। আমি দেখিছোঁ যে যোৱা কেইদিনমানত অনুষ্ঠিত ৱেবিনাৰ সমূহত আমাৰ লগত সহস্ৰাধিক লোকে যোগদান কৰিছিল। গোটেই দিনটোত সকলোৱে অতি গভীৰভাৱে মগজুৰ খটুৱাই থাকিল আৰু মই ক’ব পাৰো যে ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আহিছিল আৰু আহিছিল। বাজেটত যিটো গুৰুত্ব দিয়া হৈছে আৰু তাৰ পৰা বহুত ভাল পৰামৰ্শ ওলাই আহিল যে কেনেকৈ আগবাঢ়িব লাগে। এতিয়া আজি আমি দেশৰ পৰ্যটন খণ্ডৰ সজীৱতাৰ বাবে এই বাজেট ৱেবিনাৰখন কৰি আছো।প্ৰধানমন্ত্ৰীয়ে 'মিছন মোডত পৰ্যটনৰ বিকাশ' সন্দৰ্ভত পোষ্ট- বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে
March 03rd, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মিছন মোডত পৰ্যটনৰ বিকাশ' বিষয়ত পোষ্ট বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২ টা বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ শৃংখলাৰ ভিতৰত ই সপ্তমটো শৃংখলা।For us, MSME means- Maximum Support to Micro Small and Medium Enterprises: PM Modi
June 30th, 10:31 am
PM Modi participated in the ‘Udyami Bharat’ programme. To strengthen the MSME sector, in the last eight years, the Prime Minister said, the government has increased the budget allocation by more than 650%. “For us, MSME means - Maximum Support to Micro Small and Medium Enterprises”, the Prime Minister stressed.PM participates in ‘Udyami Bharat’ programme
June 30th, 10:30 am
PM Modi participated in the ‘Udyami Bharat’ programme. To strengthen the MSME sector, in the last eight years, the Prime Minister said, the government has increased the budget allocation by more than 650%. “For us, MSME means - Maximum Support to Micro Small and Medium Enterprises”, the Prime Minister stressed.This is Uttarakhand's decade: PM Modi in Haldwani
December 30th, 01:55 pm
Prime Minister Narendra Modi inaugurated and laid the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand. In his remarks, PM Modi said, The strength of the people of Uttarakhand will make this decade the decade of Uttarakhand. Modern infrastructure in Uttarakhand, Char Dham project, new rail routes being built, will make this decade the decade of Uttarakhand.PM inaugurates and lays the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand
December 30th, 01:53 pm
Prime Minister Narendra Modi inaugurated and laid the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand. In his remarks, PM Modi said, The strength of the people of Uttarakhand will make this decade the decade of Uttarakhand. Modern infrastructure in Uttarakhand, Char Dham project, new rail routes being built, will make this decade the decade of Uttarakhand.লক্ষ্ণৌত ‘আজাদী@৭৫’ সন্মিলন আৰু বাণিজ্য মেলা উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 05th, 10:31 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই-ভনীসকল!PM inaugurates ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow
October 05th, 10:30 am
PM Narendra Modi inaugurated ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow. He digitally handed over house keys to 75,000 beneficiaries of Awas Yojana in 75 districts of Uttar Pradesh.For us, essence of history and faith is Sabka Saath, Sabka Vikas, Sabka Vishwas and Sabka Prayas: PM Modi
August 20th, 11:01 am
PM Modi inaugurated and laid the foundation stone of multiple projects in Somnath, Gujarat. Reflecting on the history of the revered temple, the PM recalled the repeated destruction of the temple and how the temple rose after every attack. It is a symbol of the belief that truth can’t be defeated by falsehood and faith can’t be crushed by terror, said the PM.সোমনাথত বহুমুখী প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 20th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ সোমনাথত এলানি বহুমুখী প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে আন একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উদ্বোধন কৰা প্ৰকল্পসমূহৰ মাজত আছে ‘সোমনাথ পৰ্যটন চক্ৰ’, ‘সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰ’ আৰু ‘পুৰণি(জুনা)সোমনাথৰ চৌহদ’ৰ পুনৰ্নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে একেটা অনুষ্ঠানতে পাৰবতী মন্দিৰৰ আধাৰশিলাও স্থাপন কৰে। অনুষ্ঠানত শ্ৰী লালকৃষ্ণ আদৱানী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, গুজৰাটৰ মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ লগতে অন্যান্যসকল উপস্থিত থাকে।Everybody has seen how the UDF and LDF are threatening the traditions and religious practices of the people in Kerala: PM Modi
April 18th, 08:41 pm
Prime Minister Narendra Modi addressed a major public meeting in Thiruvananthapuram in Kerala today.