ভাৰত গণৰাজ্য আৰু ভিয়েটনাম সমাজবাদী গণৰাজ্যৰ মাজত বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিষয়ত যৌথ বিবৃতি প্ৰকাশ

May 06th, 05:24 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভিয়েটনামৰ সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান টু লামে ২০২৬ চনৰ ০৫ মে’ৰ পৰা ০৭ মে’লৈ ভাৰত ভ্ৰমণ কৰিছে।শ্ৰীমান টু লামৰ সৈতে ভাৰতলৈ আহিছে ভিয়েটনামৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল। এক শক্তিশালী ব্যৱসায়িক প্ৰতিনিধিৰ দলো ভাৰতলৈ আহিছে।

ফলাফলৰ তালিকাঃ ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

May 06th, 03:44 pm

আই আৰ ই এল (ইণ্ডিয়া) লিমিটেড আৰু ভিয়েটনামৰ ইনষ্টিটিউট ফৰ টেকন’লজি অৱ ৰেডিঅ’ এক্টিভ এণ্ড ৰেয়াৰ এলিমেণ্টছ (আই টি আৰ আৰ ই)ৰ মাজত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি

ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

May 06th, 01:00 pm

কেৱল এয়াই নহয়, তেওঁ বুদ্ধগয়াৰ পৰাই তেওঁৰ ভাৰত ভ্ৰমণ আৰম্ভ কৰিছে। ই আমাৰ দুয়োখন দেশৰ অভিন্ন সভ্যতা আৰু আধ্যাত্মিক পৰম্পৰাক প্ৰতিফলিত কৰে। এই ভ্ৰমণ আৰু আমাৰ ফলপ্ৰসূ আলোচনাৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সদিচ্ছাক দৃঢ় ফলাফলত পৰিণত কৰিছো।

সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

April 07th, 12:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাজতান্ত্ৰিক গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

ভিয়েটনামৰ ৰাষ্ট্ৰপতি তথা দলৰ মহাসচিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

September 24th, 12:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২৩ ছেপ্টেম্বৰত ইউএনজিএত অনুষ্ঠিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ মাজতে নিউয়ৰ্কত ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ মহাসচিব তথা ভিয়েটনাম সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি এইচ. ই. শ্ৰী টু লামক সাক্ষাৎ কৰে।