Tiruchirappalli turns out in huge numbers for PM Modi’s public meeting

March 11th, 06:00 pm

At a massive public meeting in Tamil Nadu’s Tiruchirappalli, Prime Minister Narendra Modi hailed Tiruchirappalli as a land of courage and faith, recalling the bravery of the Marudu Brothers and paying tribute to Major M. Saravanan for his sacrifice during the Kargil War. “Trichy is a land of courage and faith,” he said, adding that the Centre proudly honours Tamil Nadu’s culture and heritage. He also highlighted that C. P. Radhakrishnan, a son of the state, serves as the Vice President of India.

তামিলনাডুৰ তিৰুচিৰাপল্লীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

March 11th, 05:45 pm

আজিৰ এই কাৰ্য্যসূচী তামিলনাডুৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ইয়াৰ সৈতে পাঁচ হাজাৰ ছশ কোটি টকাৰ প্ৰকল্প জড়িত হৈ আছে। এই প্ৰকল্পসমূহ হৈছে স্বচ্ছ শক্তিৰ বাবে আন্তঃগাঁথনি, পেট্ৰলিয়াম সম্পৰ্কীয় উৎপাদন, ঘাইপথ, ৰেলপথ আৰু গ্ৰামীণ পথেৰে সম্পৰ্কীয়। ইয়াৰ দ্বাৰা শক্তিৰ সুবিধা, যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ চাকৰিৰ সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত প্ৰায় ৫,৬৫০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু ফ্লেগ অফ কৰে

March 11th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক চহৰ ত্ৰিচি ভ্ৰমণ কৰি তামিলনাডুৰ আন্তঃগাঁথনি আৰু অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্যৰে এলানি ৰূপান্তৰশীল উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। মুঠ পাঁচ হাজাৰ ছশ কোটি টকা বিনিয়োগ সাপেক্ষে এই পদক্ষেপসমূহে স্বচ্ছ শক্তি, পেট্ৰলিয়াম-সম্পৰ্কীয় উৎপাদন আৰু ঘাইপথ, ৰেলপথ তথা গ্ৰামীণ পথৰ জৰিয়তে মাল্টি-মডেল সংযোগ বৃদ্ধিক সামৰি লৈছে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীয়ে কয়, “এই প্ৰকল্পসমূহে শক্তি লাভ, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিব।”

১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 09th, 09:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব।দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কেৰেলাৰ এৰ্নাকুলুমত প্ৰায় ১০,৮০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই কাৰ্যসূচী উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব। ইয়াৰ পিছত প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত দেশৰ বাবে প্ৰায় ৫,৬৫০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব।

পশ্চিমবংগৰ মালদাত একাধিক ৰে'ল আৰু পথ প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 17th, 02:00 pm

আজি মালদাৰ পৰা পশ্চিমবংগৰ প্ৰগতিৰ গতি বৃদ্ধিৰ অভিযান অধিক ত্বৰান্বিত হৈছে। অলপ আগতে পশ্চিমবংগৰ বিকাশৰ সৈতে জড়িত বহুতো প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। পশ্চিমবংগলৈ নতুন ৰে'লসেৱা আগবঢ়োৱা হৈছে। এই প্ৰকল্পসমূহে জনসাধাৰণৰ যাতায়াত আৰু ব্যৱসায়-বাণিজ্য সহজ কৰি তুলিব। ৰে'লগাড়ীৰ মেৰামতিৰ সৈতে জড়িত এই সুবিধাসমূহে বংগৰ যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিব।

পশ্চিমবংগৰ মালদাত ৩,২৫০ কোটি টকাৰ একাধিক ৰে'ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 17th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ মালদাত ৩,২৫০ কোটি টকাৰ একাধিক ৰে'ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। ইয়াৰ লক্ষ্য হৈছে পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে উন্নয়নৰ গতি ত্বৰান্বিত কৰা। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে কয় যে মালদাৰ পৰা পশ্চিমবংগৰ প্ৰগতিৰ গতি ত্বৰান্বিত কৰাৰ অভিযানত অধিক গতি লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে পশ্চিমবংগৰ বিকাশৰ সৈতে জড়িত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগৰ বাবে নতুন ৰে'ল সেৱাৰ সূচনা কৰা হৈছে আৰু এই প্ৰকল্পসমূহে জনসাধাৰণৰ যাত্ৰা সহজ কৰাৰ লগতে বাণিজ্য আৰু ব্যৱসায়ো সুচল কৰি তুলিব। তেওঁ গুৰুত্ব আৰোপ কৰে যে ইয়াত স্থাপন কৰা নতুন ৰে'ল পৰিচালনা সুবিধাই বংগৰ যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিব।

Prime Minister Narendra Modi to visit multiple temples in Tamil Nadu

January 18th, 06:59 pm

Prime Minister Narendra Modi will visit various significant temples in Tamil Nadu on 20-21 January, 2024. On 20th January, the Prime Minister will participate in a programme at Sri Ranganathaswamy Temple in Tiruchirappalli, Tamil Nadu. He will also listen to various scholars reciting verses from the Kamba Ramayanam in this temple. On 21st January, the Prime Minister will perform Darshan and Pooja at Kothandaramaswamy Temple, Dhanushkodi. Near Dhanushkodi, the Prime Minister will also visit Arichal Munai, which is said to be the place from where the Ram Setu was built.

তামিলনাডু আৰু যুৱক-যুৱতীসকলৰ কাৰ্যসূচীত উপস্থিত থাকি ২০২৪ চনৰ আৰম্ভণি কৰিব পৰাৰ বাবে গৌৰৱ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে

January 02nd, 05:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডু আৰু যুৱপ্ৰজন্মৰ মাজত এক ৰাজহুৱা কাৰ্যসূচীৰে নতুন বছৰ আৰম্ভ কৰিব পৰাৰ বাবে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰে।

তামিলনাডুৰ তিৰুচিৰাপল্লীত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 02nd, 12:30 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, মুখ্যমন্ত্ৰী এম. ষ্টেলিন জী, মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু এই ভূমিৰ পুত্ৰ এল. মুৰুগান জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল তথা মোৰ তামিলনাডুৰ পৰিয়ালৰ সদস্যসকল!

প্ৰধানমন্ত্ৰীৰ তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন

January 02nd, 12:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলি কৰে তথা ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত তামিলনাডুৰ ৰে'ল, পথ, তেল আৰু গেছ তথা জাহাজ পৰিবহন খণ্ডৰ দৰে খণ্ড অন্তৰ্ভুক্ত হৈ আছে।

তিৰুচিৰাপল্লীৰ ভাৰতীদছন বিশ্ববিদ্যালয়ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 02nd, 11:30 am

তামিলনাডুৰ ৰাজ্যপাল থিৰু আৰএন ৰবি জী, মুখ্যমন্ত্ৰী থিৰু এম কে ষ্টেলিন জী, ভাৰতীদছন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য থিৰু এম ছেলভান জী, মোৰ যুৱ বন্ধুসকল আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকল,

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে

January 02nd, 10:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে। তেওঁ বিশ্ববিদ্যালয়খনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বঁটাও প্ৰদান কৰে।

২-৩ জানুৱাৰী, ২০২৪-ত তামিলনাডু, লক্ষদ্বীপ আৰু কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

December 31st, 12:56 pm

২ জানুৱাৰী তাৰিখে পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰী তামিলনাডুৰ তিৰুচিৰাপল্লীত উপস্থিত হ'ব। তেওঁ তিৰুচিৰাপল্লীৰ ‘ভাৰতীদাসন বিশ্ববিদ্যালয়’ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দুপৰীয়া প্ৰায় ১২ বজাত তিৰুচিৰাপল্লীত এক ৰাজহুৱা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে বিমান, ৰে'ল, পথ, তেল আৰু গেছ, জাহাজ আৰু উচ্চ শিক্ষা খণ্ডৰ সৈতে সম্পৰ্কিত ১৯,৮৫০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশলৈ উৎসৰ্গা তথা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। আবেলি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰী লাক্ষাদ্বীপৰ আগাট্টিত উপস্থিত হ'বগৈ। তাত তেওঁ এক ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। ৩ জানুৱাৰীৰ দিনা দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে লাক্ষাদ্বীপৰ কাৱাৰাট্টিত উপস্থিত হ'ব। ইয়াত তেওঁ দূৰসংযোগ, খোৱাপানী, সৌৰশক্তি আৰু স্বাস্থ্যৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত এলানি প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰাৰ লগতে লক্ষদ্বীপত নিৰ্মাণ হ’ব লগা এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।